Thursday, May 29, 2025
25.7 C
Guwahati
TOP NEWS:

আই এ এছ এছ টিত পলিমাৰ আৰু উন্নত কাৰ্যকৰী সামগ্ৰী বিষয়ক ৰাষ্ট্ৰীয় সন্মিলনৰ সামৰণি

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

● গুৱাহাটীৰ পশ্চিম বৰাগাঁৱস্থিত ইনটিটিউট অৱ এডভান্সড ষ্টাডি ইন চায়েন্স এণ্ড টেকন’লজি চমুকৈ আই এ এছ এছ টিৰ উদ্যোগত ১৩ আৰু ১৪ ডিচেম্বৰত “পলিমাৰ আৰু উন্নত কার্যকৰী সামগ্রী”ৰ ওপৰত দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন (এন চি পি এ এফ এম ২০২৪) প্ৰতিষ্ঠানখনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। এই সন্মিলনৰ উদ্দেশ্য হৈছে পলিমাৰ বিজ্ঞানৰ শেহতীয়া অগ্রগতি সমূহ অন্বেষণ কৰি বিজ্ঞানী, গৱেষক, শৈক্ষিক বিদ সকলক শৈক্ষিক আৰু পেছাদাৰী জ্ঞান বৃদ্ধি কৰা আৰু পালিমাৰ বিজ্ঞান, উন্নত কার্যকৰী সামগ্রী আৰু ইয়াৰ প্রয়োগৰ মাজত তেওঁলোকৰ ধাৰণা, চিন্তা আৰু পৰীক্ষামূলক ফলাফলৰ আদান-প্রদান আৰু উদ্ভাবনী প্রযুক্তিগত পৰিৱর্তনক অনুঘটক হিচাপে ব্যৱহাৰৰ বাবে লক্ষ্য স্থিৰ কৰা।

এই সন্মিলনত শেহতীয়া পলিমাৰ আৰু উন্নত কার্যকৰী সামগ্রী সমূহৰ ওপৰত আলোকপাত কৰা হয়। বন্তি প্রজ্বলনৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰে অধ্যাপক নীলোৎপল সেন শর্মাই। সন্মিলনত পলিমাৰ নেন’ কম্পোজিট পদার্থকে ধৰি ইয়াক প্রাথমিক ক্ষেত্র সমূহ যেনে, কোমল ঘনীভূত পদার্থ আৰু জৈবিক পদার্থ, আশোকীয়, বৈদ্যুতিক, গাঁথনি গত আৰু চুম্বকীয় পদার্থ, আই, আৱৰণ আৰু পাতল ফিল্ম, অপ্টোইলেকট্রনিক আৰু শক্তি প্রয়োগৰ বাবে সামগ্রী আৰু যন্ত্র আদিৰ বিষয়ত আলোচনা কৰা হয়। সন্মিলনত দেশৰ বিভিন্ন প্রান্তৰ লগতে বিদেশৰ কিছু সংখ্যক বিজ্ঞানীয়ে অংশগ্ৰহণ কৰে।

অনুষ্ঠানত কেইবাগৰাকী ৰসায়ন বিজ্ঞান আৰু পলিমাৰ বিজ্ঞান বিষয়ক বিশেষজ্ঞ ক্রমে- অধ্যাপক নাৰায়ণ প্রধান, অধ্যাপক বিমল কাটিয়াৰ, অধ্যাপক অবুন কুমাৰ নন্দী, অধ্যাপক প্রীতম দেৱ, ডঃ বিনয় কুমাৰ শইকীয়া, ড০ বিনয় কুমাৰ শইকীয়া, অধ্যাপক শশাংক ডেকা, অধ্যাপক অয়ন ভট্টাচাৰ্য, অধ্যাপক উৎপল বৰা, অধ্যাপক দেবাশীষ চৌধুৰীয়ে বক্তৃতা প্রদান কৰাৰ লগতে পাৱাৰ পইন্ট প্ৰেজেন্টেচন আগবঢ়ায়। সন্মিলনত কেবাখনো গৱেষণামূলক পুস্তিকা উন্মোচন কৰা হয়।

- Advertisement -

Hot this week

ASSAM RIFLES INAUGURATES FOOTBALL GROUND

As part of its continued efforts to foster youth...

ASSAM RIFLES RECOVERS HEROIN WORTH ₹3.5 CRORE IN CACHAR DISTRICT, ASSAM

In a decisive blow to narco trafficking in the...

শিশুৰ ৰোগ আৰু নিৰাময়ৰ উপায়

শিশুৰ জন্ম আৰু লালন-পালন শিশুৰ জন্মৰ ২-৩ ঘণ্টামান পাছৰ পৰাই...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
25.2 ° C
25.2 °
25.2 °
90 %
1.1kmh
100 %
Thu
25 °
Fri
24 °
Sat
30 °
Sun
28 °
Mon
29 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds