31.3 C
Guwahati
Saturday, September 20, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক অনুসূচীত জাতি মৰ্চা উপসভানেত্ৰী স্বপ্না বনিয়া ::নৱনিযুক্ত সভাপতি পংকজ বৰাক সম্বৰ্ধনা ::

     

    বিশ্বনাথত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক অনুসূচীত জাতি মৰ্চা উপসভানেত্ৰী স্বপ্না বনিয়া :: নৱনিযুক্ত সভাপতি পংকজ বৰাক সম্বৰ্ধনা ::

    ASOMKHOBOR BISWANATH 15 SEB ::

    বুধবাৰে বিশ্বনাথ বিধান সভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ বাসগৃহত অনুসূচীত জাতি মৰ্চা বিশ্বনাথ জিলা সমিতিয় বিষয় বিবিয়া সৈতে এক বৈঠকত মিলিত হয় ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক অনুসূচীত জাতি মৰ্চা উপসভানেত্ৰী স্বপ্না বনিয়া।

    ভাৰতীয় জনতা পাৰ্টিৰ অসম ৰাজ্যিকৰ অনুসূচীত জাতি মৰ্চাৰ নৱ নিযুক্ত উপ সভানেত্ৰী স্বপ্না
    বনীয়া বিধায়ক প্ৰমোদ বৰঠাকুৰৰ বাসগৃহত উপস্থিত হৈ নৱ নিযুক্ত ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি পংকজ বৰা ও বিধায়ক প্ৰমোদ বৰঠাকুৰ লগতে বিশ্বনাথ জিলাৰ অনূসুচীত জাতি মৰ্চাৰ বিষয় ববিয়া সৈতে এক আলোচনাত মিলিত হয়।
    আলোচনাত অনুসূচীত জাতি মৰ্চা বিশ্বনাথ জিলা সমিতি বিষয় ববিয়া সকলৰ লগতে বিধায়ক নৱ নিযুক্ত সভাপতি গৰাকী ও উপস্থিত থাকে।

    ইফালে আলোচনা সময়ত অনূসুচীত জাতি সমস্যা সমূহ চৰকাৰৰ ওচৰত উপস্থাপন কৰা কথা প্ৰকাশ কৰে ৰাজ্যিক উপ সভানেত্ৰী গৰাকীয়ে।
    ইফালে অনুসূচীত জাতি মৰ্চা বিশ্বনাথ জিলা সমিতি তৰফৰ পৰা ৰাজ্যিক উপ সভানেত্ৰী গৰাকীক, নৱ নিযুক্ত ভাৰতীয় জনতা পাৰ্টীৰ বিশ্বনাথ জিলা সমিতি সভাপতি পংকজ বৰা, বিধায়ক প্ৰমোদ বৰঠাকুৰক সম্বৰ্ধনা জনাই । আলোচনা
    ভাখনৰ আঁত ধৰে বিশ্বনাথ জিলা অনুসূচীত জাতি মৰ্চাৰ সম্পাদক অৰূপ কুমাৰ দাসে

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.