31.3 C
Guwahati
Monday, November 10, 2025
More

    শেহতীয়া আপডেটঃ

    নাৰায়ণপুৰৰ জুটুলীবাৰীত তিহাৰ বিদায় সমাৰোহ

    মনোমোহা সাংস্কৃতিক অনুষ্ঠানে মুহিলে শ শ দৰ্শকক

    অসমৰ সাৰুৱা সাংস্কৃতিক পথাৰখনত বিভিন্ন জাতি জনগোষ্ঠীয়ে যিবোৰ উৎসৱ-পাৰ্বণ পৰম্পৰাগতভাৱে পালন কৰি আহিছে, তাৰে এটা হ’ল অসমৰ গোৰ্খাসকলৰ তিহাৰ উৎসৱ ৷ লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী জুটুলীবাৰীত ৰাজগড়- শিমলুগুৰি আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থা আৰু ৰাজগড়-শিমলুগুৰি আঞ্চলিক ভানুজ্যোতি কৃষ্টি বিকাশ সমিতিৰ উদ্যোগত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দেওবাৰে ২৪ সংখ্যক তিহাৰ বিদায় সমাৰোহখনি উদযাপন কৰা হয় ৷ সমাৰোহখনিত দেউচী, ভইলী, সঙ্গীনী, জোৱাৰী আদি নৃত্য সমাহাৰৰ সাংস্কৃতিক অনুষ্ঠানে শ শ দৰ্শকক মুহিত কৰে ৷

    নাৰায়ণপুৰ
    জয়ন্ত কুমাৰ হাজৰিকা

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds