Wednesday, July 30, 2025
33.3 C
Guwahati
TOP NEWS:

দীপাৱলীৰ উছাহৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অগ্নিকাণ্ড আৰু দুৰ্ঘটনা সংঘটিত

- Advertisement -

যোৰহাট নগৰত কালি সংঘটিত এটা অগ্নিকাণ্ডত এজন লোক জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুবৰণ কৰাৰ লগতে কেইবাটাও বাসগৃহ আৰু দোকান, গুদাম আদি ভষ্মীভূত হয়। মৃত লোকজনক বিহাৰৰ সুশিল ৰায় বুলি চিনাক্ত কৰা হয়। ইফালে শিৱসাগৰৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দিচাং দলঙৰ সমীপত সংঘটিত এটা পথ দুৰ্ঘটনাত এজন চাইকেল আৰোহীৰ থিতাতে মৃত্যু হয়। এখন ট্রাকে পিছফালৰ পৰা খুন্দিওৱাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়।
আনহাতে, দেৰগাঁৱৰ কুৰালগুৰি পুৰণি চেনীকলৰ সমীপত কালি সংঘটিত এটা পথ দুৰ্ঘটনাত বোকাখাটৰ নিৱাসী নয়নজ্যোতি হাজৰিকা নামৰ লোকজন থিতাতে নিহত হয়। এই দুৰ্ঘটনাত আহত এজন লোকক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। এখন ডাম্পাৰে দুচকীয়া বাহনেৰে আহি থকা আৰোহী দুজনক খুন্দিওৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়। ডিব্ৰুগড় জিলাৰ দুলিয়াজানত সংঘটিত আন এটা পথ দুৰ্ঘটনাত অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ ভাদৈ উপশাখা সমিতিৰ উপ সভাপতি শিৱা কিষাণ নিহত হয়। পথৰ দাঁতিৰে খোজকাঢ়ি গৈ থকা ছাত্র নেতাগৰাকী বিপৰীতে দিশৰ পৰা অহা এখন তীব্ৰবেগী দুচকীয়া বাহনেৰে খুন্দিওৱাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়। দুর্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱা দুজন লোকক অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়৷

#akashvaniNews

Hot this week

Poor family availing PMJAY benefits in SSB Composite Hospital...

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

Bajaj Finance’s Financial Literacy initiative ‘Arthsutra Samvad’ Reaches Assam’s Heartland

  The Pan-India Financial Literacy programme aims to promote...

Topics

Poor family availing PMJAY benefits in SSB Composite Hospital...

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী অভিমুখে ওভতনি যাত্রা

AXIOM-4 অভিযানৰ সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী...

Related Articles

Popular Categories

Assam
overcast clouds
27.9 ° C
27.9 °
27.9 °
85 %
1.4kmh
85 %
Wed
33 °
Thu
34 °
Fri
33 °
Sat
34 °
Sun
28 °