Thursday, July 31, 2025
25.8 C
Guwahati
TOP NEWS:

অসম ৰাইফলছ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন আৰু যোগ আয়োজন

- Advertisement -

অসম ৰাইফলছ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন আৰু যোগ আয়োজন

অসম খবৰ ডিজিটেল বিশ্বনাথ ৬ জুন:-
অসম ৰাইফলছ মুখ্য কাৰ্যালয় ২১ ৰ অধীনত শোণিতপুৰ লখৰা বিএন আৰু মহাপৰিদৰ্শক অসম ৰাইফলছ (পূব)য়ে বিশ্ব পৰিৱেশ দিৱস লগত সংগতি ৰাখি গছ পুলি ৰোপণ লগতে যোগ কাৰ্যসূচী আয়োজন কৰে।

অনুষ্ঠানটোৰ সময়ত অশোক গছ, মধুৰিআম আৰু হাতী আপেল মুঠ ১০০ টা গছপুলি ৰোপণ কৰে অসম ৰাইফলছ তৰফৰ পৰা। যোগাভ্যাসও ইয়াত পৰিচালনা কৰে শোণিতপুৰ আৰু অসমৰ বিশ্বনাথ জিলাৰ লখৰা গেৰিছন, ইটাখোলা, বালিপুখৰী আৰু ঢেকিয়াজুলিৰ বিভিন্ন স্থানত।

অসম ৰাইফলছ ফটো

অনুষ্ঠানটোৰ উদ্দেশ্য আছিল পৰিৱেশ সুৰক্ষিত কৰিবলৈ সকলোকে আৰু স্থানীয় লোকৰ মাজত সজাগতা বৃদ্ধি কৰা আৰু পৰিৱেশ পৰিস্কাৰ কৰা।

আয়োজিত অনুষ্ঠানটোত মুঠ ১২০ জন অসম ৰাইফলছৰ কৰ্মী আৰু অসামৰিক লোকে অংশগ্ৰহণ কৰে।বিশ্ব পৰিৱেশ দিৱস উদযাপন উপলক্ষে ৫ জুন দেওবাৰে অসম ৰাইফলছ মুখ্য কাৰ্যালয় ২১ চেক্টৰ অসম ৰাইফলছ আৰু ইন্সপেক্টৰ জেনেৰেল অসম ৰাইফলছ (পূব)ৰ অধীনত লখৰা বিএন-এ বৃক্ষ ৰোপণ অভিযান আৰু যোগৰ আয়োজন কৰিছিল বুলি এক প্ৰেছ বিবৃতি জৰিয়তে জানিবলৈ দিয়ে।

Hot this week

Bajaj Finance’s Financial Literacy initiative ‘Arthsutra Samvad’ Reaches Assam’s Heartland

  The Pan-India Financial Literacy programme aims to promote...

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

Poor family availing PMJAY benefits in SSB Composite Hospital...

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

Topics

সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী অভিমুখে ওভতনি যাত্রা

AXIOM-4 অভিযানৰ সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী...

Related Articles

Popular Categories

Assam
few clouds
25.1 ° C
25.1 °
25.1 °
93 %
1.9kmh
15 %
Thu
34 °
Fri
34 °
Sat
32 °
Sun
28 °
Mon
30 °