শেৱালি

শৰতৰ আকাশত শুভ্ৰতাৰ আঁচল মেলি
শেৱালিয়ে জিলিকাই দূৱৰি ডৰাত
নিয়ৰৰ নিভাজ মৰম
সময়বোৰ যে আবদ্ধ আজি
শেৱালিৰ শুভ্ৰ কৰনিত
খেপিয়াও শৰতৰ বুকুত হেৰাই যোৱা সময়খিনিক
স্মৃতিৰ পৃষ্ঠাত সামৰো
এৰি থৈ অহা শৰতৰ
স্বিগ্ন জোনাক নিশা।

To be updated with all the latest news, offers and special announcements.
To be updated with all the latest news, offers and special announcements.
This will close in 30 seconds