বিশ্বনাথ জিলা ভলীবল সন্থাৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত দীপক শৰ্মা :
বিশ্বনাথ জিলা ভলীবল সন্থাৰ সা:সম্পাদকৰ হিচাপে নিৰ্বাচিত হৈছে বেদেতী বিশিষ্ট খেলুৱৈ দীপক শৰ্মা ।
শৰ্মাক শুভেচ্ছা জ্ঞাপন কৰিছে সাংবাদিক খগেন মটক, সাংবাদিক শ্ৰীমন্ত দাস, জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ দাস, জ্যেষ্ঠ সাংবাদিক ভূৱন লুইটেলকে ধৰি বিভিন্ন জনে।




