31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    পশ্চিম অৰুণাচল প্ৰদেশৰ ভাৰত-তিব্বত-চীন সীমান্তত মুখ্যমন্ত্ৰী পেমা খাণ্ডু :

     

     

    পশ্চিম অৰুণাচল প্ৰদেশৰ ভাৰত-তিব্বত-চীন সীমান্তত মুখ্যমন্ত্ৰী পেমা খাণ্ডু :

     

    তেজপুৰ,২৫ অক্টোবৰ: সীমান্তত এতিয়া এক স্পৰ্শ কাতৰ আৰু চেপা উত্তেজনা বিৰাজ কৰাৰ সময়তে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুয়ে ভাৰত তিব্বতৰ সীমা পৰিদৰ্শন কৰে ।


    পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাংৰ Yangste post পোষ্টত থকা ভাৰতীয় সেনাৰ জোৱান সকলে ১৫০০ ফুট উচ্চতাত ভাৰত-তিব্বতৰ-চীন সীমান্তত দিনে নিশাই অতান্দ্ৰ প্ৰহৰি হিচাপে কৰ্মৰত হৈ থকাৰ বাবে জোৱান সকলক প্ৰেৰণা যোগায় ।

    তেওঁ কয় যে সীমান্তত বৰফৰ মাজত দিনে নিশা প্ৰথম শাৰীৰ প্ৰহৰি হোৱাৰ বাবে আজি আমাৰ দেশ সুৰক্ষিত অৱস্থাত আছে বুলি তেওঁ মন্তব্য কৰে ।
    জোৱান সকলৰ লগত বাৰ্তালাপ কৰে আৰু বিভিন্ন ধৰণৰ সমস্যাৰ কথা আলোচনা কৰে ।


    উল্লেখযোগ্য যে অক্টোবৰ মাহৰ প্ৰথম অৱস্থাত চীনা সৈন্যই ভাৰতৰ ভূমিত প্ৰৱেশ কৰিবলৈ চলোৱা চেষ্টা বিফল কৰিবলৈ সক্ষম হৈছিল । ইয়াৰ পিছতে সীমান্তত অত্যাধিক সেনা আৰু অন্যান্য সুৰক্ষা বাহিনীৰ মোটায়েন কৰে ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds