31.3 C
Guwahati
Monday, November 10, 2025
More

    শেহতীয়া আপডেটঃ

    নেপালী সম্প্রদায়ৰ লোকে পালন কৰিলে গাই তিহাৰ উৎসৱ :

     

    আজি কাতি মাহৰ অমাবস্যা তিথি ।
    ত্রয়োদশীৰ দিনাৰ পৰাই নেপালী লোকে  তিহাৰ উৎসৱ পালন কৰে।

    প্রথম দিনা কাউৰী তিহাৰ ।
    এই দিনা কাউৰীক পূজা কৰি সু-স্বাদু খাদ্য খাবলৈ দিয়ে !তাৰ পিছ দিনা কুকুৰ তিহাৰ ।

    কুকুৰ প্রভু ভক্ত আৰু ঘৰৰ ৰখীয়া হিচাবে থাকি মালিকক সুৰক্ষা প্রদান কৰে বুলি নেপালী লোকে বিশ্বাস কৰি পুর্বৰে পৰাই পূজা কৰি আহিছে !
    আজি গো পূজা ।নেপালী সম্প্রদায়ৰ লোকে পুৱাই গাইগৰুক গা ধুৱাই,পূজা কৰি খাবলৈ দিয়ে । লগতে গাই গৰুক মালা পিন্ধাই দিছে ।গাই গৰুক লক্ষ্মী বুলি পূজা কৰি আহিছে পুৰণি কালৰ পৰাই ।
    তাৰ পিছ দিনা প্রতিপদাৰ দিনা হ’ল তিহাৰ অৰ্থাৎ বলধ গৰুক পূজা কৰে ।
    বলধ গৰুৱে খেতিবাতিত সহায় কৰে বাবেই বছৰৰ এদিন পূজা কৰাৰ প্রথা চলি আহিছে ।

    আনহাতে দ্বিতীয়া তিথিত ভ্রাতৃ দ্বিতীয়া ।
    ভ্রাতৃ দ্বিত‌য়াৰ দিনা বাই ভনীয়ে টিকা লগাই মৰম চেনেহ আদা প্রদান কৰে ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds