শেহতীয়া আপডেটঃ

টিহুৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত নাথকুছী আৰক্ষীৰ গাঞ্জাৰ বিৰুদ্ধে তীব্ৰ অভিযান

  • ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ ভাল্লা চ’কৰ পৰা AS-01 P-0211 নম্বৰৰ এখন অ’ল্টো গাড়ীৰ পৰা উদ্ধাৰ ৪৯ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ
  • গাঞ্জা সহ এজনক আটক কৰে যদিও ঘটনাস্থলীৰ আন এজন পলায়ন কৰে
  • গাঞ্জা সহ আটকাধীন লোকজন ওডালগুৰিৰ আচাব দৈমাৰী
  • দীৰ্ঘদিন ধৰি অৰুনাচলৰ পৰা বাক্সা,নলবাৰী আৰু বৰপেটা জিলাত ধৃত আচাব দৈমাৰীয়ে গাঞ্জাৰ ৰমৰমীয়া ব্যৱসায়ী চলায় আহিছিল
  • ওডালগুৰিৰ পৰা বৰমালৈ নি থকা অৱস্হাত ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথতে আটক কৰে গাঞ্জাসহ যুৱকজনক
  • গাঞ্জা সৰবৰাহ কৰা গাড়ীখনৰ পিছে পিছে বাইকেৰে আহি থকা লগৰীয়াৰ লগত চাৰিচকীয়া বাহন খন এৰি বাইকত উঠি পলায়ন কৰে গাঞ্জা সৰবৰাহ কাৰী আন এজন লোক
  • কেইবা লক্ষাধিক টকাৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হোৱা আৰক্ষীৰ এই সাফল্যক প্ৰশংসা ৰাইজৰ
album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.