31.3 C
Guwahati
Tuesday, October 21, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথ চাৰিআলিত কিৰলছ’কাৰ (Kirloskar)ৰ কৰ্মশালা সভা

    বিশ্বনাথ চাৰিআলিত কিৰলছ’কাৰ (Kirloskar)ৰ কৰ্মশালা সভা

    অসম খবৰ বিশ্বনাথ ২৬ নবেম্বৰ:- বিশ্বনাথ চাৰিআলি বিলাসী হোটেল, হোটেল পেৰেডাইজত দেশৰ
    বহুজাতিক কোম্পানীৰ প্ৰতিষ্ঠান কিৰলছ’কাৰৰ এখনি গুৰুত্বপূৰ্ণ কৰ্মশালা আৰু সজাগতা সভা অনুষ্ঠিত হয়। উক্ত কৰ্মশালা আৰু সজাগতা সভাখন ত
    কিৰলছকাৰ কোম্পানীৰ তেজপুৰৰ ডিষ্ট্ৰিবিউটৰ স্বত্বাধীকাৰী অভিজিৎ গোস্বামীয়ে আতঁ ধৰা অনুষ্ঠানটো অংশগ্ৰহণ কৰে কলিকতাৰ পৰা অহা কোম্পানীটোৰ শীৰ্ষ বিষয়াকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাজনো শীৰ্ষ বিষয়াই অংশগ্ৰহণ কৰে। কৰ্মশালাত বিশ্বনাথ জিলাৰ কেইবাটাও বটলিফ চাহ ফেক্টৰীৰ মালিক আৰু শতাধিক কৃষকক কিৰলছ’কাৰ কোম্পানীৰ Gensets ৰ কেইবাজনো বিষয়াই Gensetsটো ব্যৱহাৰ কৰিলে কি কি উপকাৰ হ’ব আৰু এই Gensets ব্যৱহাৰ ফলত ভৱিষ্যত দেশ তথা অঞ্চলটো কি দৰে প্ৰদূষণ মুক্ত হ’ব তাৰ ওপৰত কোম্পানীৰ জ্যেষ্ঠ বিয়ষা কৰ্মচাৰীয়ে সভাত উপস্থিত থাকি ৰাইজক অৱগত কৰে।আনহাতে চাহ ফেক্টৰীত কিৰলছ’কাৰ কোম্পানীৰ জেনছেট ব্যৱহাৰ কৰি আত্ম সন্তুষ্টি লাভ কৰাৰ কথাও উল্লেখ কৰে চাহ ফেক্টৰিৰ স্বত্বাধিকাৰী সকলে

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds