Thursday, May 15, 2025
25.3 C
Guwahati

Tag: political News

নতুন বছৰত অগপৰ সংকল্পঃ “গাৱেঁ গাৱেঁ অগপ, চহৰে নগৰে অগপ” – শীৰ্ষক কাৰ্য্যসূচী

নতুন বছৰটো “মাতৃভাষা বৰ্ষ” হিচাপে পালন কৰিব অগপই সন্মুখত ইংৰাজী নৱবৰ্ষ-২০২৫। এই শুভক্ষণত অসমৰ সমূহ ৰাইজলৈ আন্তৰিক ওলগ আৰু শুভেচ্ছা...

চামগুৰিত ব্যাপক ৰিগিঙৰ অভিযোগ

▪️হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক ৰাজনীতিক নস্যাৎ কৰিছে ঝাৰখণ্ডৰ জনতাই ▪️বিজেপি বিৰোধী শক্তিক একত্ৰিত কৰিবলৈ ঘৰে ঘৰে যাব ভূপেন কুমাৰ বৰা ▪️সকলো...

অসম মিত্ৰজোটৰ প্ৰতিক্ৰিয়াঃ ‘উপনিৰ্বাচনৰ ফলাফলে প্ৰমাণ কৰিলে ঐক্যবদ্ধতাৰ বিকল্প নাই’

গুৱাহাটীঃ "অসমৰ ৫টা বিধান সভা সমষ্টিৰ উপনিৰ্বাচনৰ ফলাফলে প্ৰমাণ কৰে যে ভৱিষ্যতলৈ বিজেপি মিত্ৰশক্তিক পৰাজিত কৰিবলৈ হ'লে বিজেপি বিৰোধী...

সৰ্বস্তৰৰ ৰাইজৰ অভূতপূৰ্ব মতদান এনডিএ-ৰ পক্ষত, অক্ষত অগপৰ দুৰ্গ বঙাইগাওঁ

গুৱাহাটীঃ অসম বিধানসভাৰ উপ-নিৰ্বাচনৰ আজি ঘোষিত ফলাফলত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত...

প্ৰৱঞ্চনা আৰু উৎকোচ কাণ্ডত গৌতম আদানিক গ্ৰেপ্তাৰৰ দাবী ‘আপ’ৰ

এপিডিচিএলৰ বিদ্যুত ক্ৰয়ৰ চুক্তিৰো তদন্ত দাবী মনোজ ধানোৱাৰৰ গুৱাহাটীঃ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ উদ্যোগপতি গৌতম আদানিৰ গ্ৰেপ্তাৰৰ দাবী কৰিছে...

মন্ত্ৰী পীয়ুষ হাজৰিকাক ওভতি ধৰিলে কংগ্ৰেছ নেতা বেদব্ৰত বৰাই

▪️ উপ-নিৰ্বাচনত সাংবাদিকক সুৰক্ষা প্ৰদানতো ব্যৰ্থ এই চৰকাৰ গুৱাহাটীঃ ৫টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত শাসকীয় দলে নিৰ্বাচন আয়োগক নিজৰ পক্ষত ব্যৱহাৰ...

অসম জাতীয় পৰিষদৰ সংবাদ মেলৰ বক্তব্য

‘নিৰ্দিষ্ট এমুঠিমান ঠিকাদাৰৰ দখলত গৰিষ্ঠসংখ্যক চৰকাৰী প্ৰকল্পৰ কাম; বিলৰ ধনো কেৱল আদায় পায় দিছপুৰৰ আশীষধন্য ঠিকাদাৰেহে ৰাজ্যত বঞ্চিত-উপেক্ষিত লাখ লাখ...

বিহালী সমষ্টিৰ ৰাইজৰ বাবে কেজৰিৱালৰ ৫ টা গেৰাণ্টি

● ভোট আপোনাৰ, গেৰাণ্টি পূৰণৰ দায়িত্ব আমাৰ ● কংগ্ৰেছ-বিজেপিক একেটা মুদ্ৰাৰ ইপিঠি- সিপিঠি আখ্যা মনোজ ধানোৱাৰৰ গুৱাহাটী- বিহালীৰ আপৰ প্ৰাৰ্থী অনন্ত...

উন্নয়নৰ স্বাৰ্থত আপৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান

● চামগুৰিত নুৰুল আমিন চৌধুৰী, বিহালীত অনন্ত গগৈৰ মাৰাথন প্ৰচাৰ গুৱাহাটী● চামগুৰিৰ আপৰ মনোনীত প্ৰাৰ্থী ডঃ নুৰুল আমিন চৌধুৰীৰ সমৰ্থনত...

ৰকিবুল হুছেইন গব্বৰ, ভিলেইন, HERO কেতিয়াও হ’ব নোৱাৰেঃ বিশ্বজিৎ ফুকন

চামগুৰিত যোৱা ২৩ বছৰত বিধ্বস্ত ৰূপ দেখিছোঁ৷ বাট পথৰ একো কামেই নকৰিলে ৰকিবুল হুছেইনে৷ নিৰ্বাচনত হাৰিলে ৰকিবুলে EVM ক...

ৰাজ্যৰ ৫ বিধানসভা সমষ্টিত উপ-নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অহা ১৩ নৱেম্বৰত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। শাসকীয়...

লোকসভা নির্বাচনঃ দেশৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থীৰ সম্পত্তিৰ পৰিমাণ মাত্র ৩২০ টকা

● ৰাজ্যত প্ৰথম পৰ্যায়ত লোকসভা নির্বাচন ২০২৪ ● প্ৰথম পৰ্যায়ত ৫টা সমষ্টিৰ ৩৫ গৰাকী ভাগ্য নিৰ্ণয় ১৯ এপ্ৰিলত ● ৩৫ গৰাকীৰ...

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds