আন্তঃগাঁথনিগত সংযোগৰ পৰিকল্পনা – গতিশক্তিয়ে একবিংশ শতিকাৰ ভাৰতক গতি প্ৰদান কৰিবঃ প্ৰধানমন্ত্ৰী মোডী

■ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে নতুন দিল্লীৰ প্ৰগতি ময়দানত মাল্টি-মডেল সংযোগৰ বাবে প্ৰধানমন্ত্ৰী গতি শক্তি-ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন আৰু ইণ্ডিয়া ট্ৰেড প্ৰমোচন অৰ্গেনাইজেচনৰ নতুন প্ৰদৰ্শনী কমপ্লেক্স […]

প্ৰধানমন্ত্ৰী মোডীৰ অধীনত চৰকাৰ বাওঁপন্থী উগ্ৰবাদৰ দ্বাৰা প্ৰভাৱিত ৰাজ্যসমূহৰ উন্নয়নৰ বাবে প্ৰতিশ্ৰুতিবদ্ধঃ গৃহমন্ত্ৰী অমিত শ্বাহ

■ গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে নতুন দিল্লীত বাওঁপন্থী উগ্ৰবাদৰ ওপৰত এখন পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰে। অনুষ্ঠানত ভাষণ প্ৰসংগত অমিত শ্বাহে কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত […]

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ শুভাৰম্ভ কৰিব

● প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা ১১ বজাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ শুভাৰম্ভ কৰিব। আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ পাইলট প্ৰকল্প প্ৰধানমন্ত্ৰীয়ে যোৱা […]

হোৱাইট হাউচৰ অ’ভাল কার্যয়লত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনক প্ৰধানমন্ত্ৰী মোডীৰ সাক্ষাৎ

■ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনক হোৱাইট হাউচৰ অ’ভাল কাৰ্যালয়ত সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই কোভিড-১৯ৰ বিৰুদ্ধে যুঁজ, জলবায়ু পৰিৱৰ্তন আৰু ইণ্ডো-পেচিফিক […]

চৌদি আৰৱৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ; আফগানিস্তানত চলি থকা বিভিন্ন দ্বিপাক্ষিক পদক্ষেপ আৰু পৰিস্থিতিৰ ওপৰত পৰ্যালোচনা

■ নৰেন্দ্ৰ মোডীয়ে সোমবাৰে চৌদি আৰৱৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ৰাজকুমাৰ ফৈজল বিন ফাৰহান আল চাউদক সাক্ষাৎ কৰে। বৈঠকত দুয়োখন দেশৰ মাজত স্থাপিত কৌশলগত অংশীদাৰী পৰিষদৰ […]

প্ৰধানমন্ত্ৰী মোডীৰ ওপজা দিন, ২০ দিনীয়া জন্মোৎসৱৰ আজি প্ৰথমটো দিনত বৰ্ধিত টীকাকৰন কাৰ্য্যসূচী

■ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১ সংখ্যক জন্মদিন। প্ৰধানমন্ত্ৰী গৰাকীৰ জন্মদিন উপলক্ষে বিজেপি কৰ্মীসকলৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ। জন্মদিন উপলক্ষে ৰঙাপৰাত সৃষ্টি হৈছে উৎসৱ […]

প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ তৃতীয় পৰ্যায় মুকলি

সমগ্ৰ দেশৰ ৬০০ খন জিলাত প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ তৃতীয় পৰ্যায় মুকলি কৰা হ’ব। দক্ষতা বিকাশ আৰু উদ্যমশীলতা মন্ত্ৰ্যালয়ৰ নেতৃত্বত ৰূপায়ণ কৰা এই যোজনাৰ তৃতীয় […]