Ahmedabad Air India plane crash: আহমেদাবাদৰ মেঘানিত এয়াৰ ইণ্ডিয়াৰ AI-171 বিমান দুৰ্ঘটনাগ্ৰস্ত
♦ দেশৰ ইতিহাসত ভয়াৱহ বিমান দুৰ্ঘটনা। ফটোসমূহ দেখিলে যিকোনো লোকৰে অন্তৰ কঁপি উঠিব। কাৰিকৰী বিজুটি ঘটাৰ বাবেই এই ভয়াৱহ দুৰ্ঘটনা সংঘটিত হোৱা বুলি প্ৰকাশ পাইছে৷ […]