ৰাজ্যৰ শাসনাধিষ্ঠিত বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে ঐক্যবদ্ধ হোৱাৰ বাবে কংগ্ৰেছৰ হাতত কেৱল ১০ মাহহে সময় আছেঃ গৌৰৱ গগৈ
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱ নিযুক্ত সভাপতি গৌৰৱ গগৈয়ে দলটোক শক্তিশালী কৰিবৰ বাবে দিনে-নিশাই কাম কৰিবলৈ দলীয় কৰ্মীসকলৰ প্ৰতি আহ্বান জনায়৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ […]