Saturday, May 24, 2025
33 C
Guwahati

Tag: Asom Khobor

ASSAM RIFLES ORGANISES AWARENESS CAMPAIGN AND FUMIGATION DRIVE ON WORLD DENGUE DAY IN JIRIBAM

■ In a bid to raise awareness and promote proactive action against dengue fever, Asaam Rifles organised an awareness...

অসমৰ ভাষা-সাহিত্যৰ মহীৰূহক গভীৰ শ্ৰদ্ধাৰে স্মৰণ

তীক্ষ্ণ বুদ্ধিদ্দীপ্ত চিন্তা, সৃষ্টি আৰু প্ৰতিভাৰে হোমেন বৰগোহাঞিদেৱে অসমৰ জাতীয় জীৱনলৈ বহু উল্লেখযোগ্য অৰিহণা যোগাই থৈ গৈছে। তেখেতৰ অপূৰ্ব...

আজি ৰাষ্ট্ৰীয় প্রযুক্তি দিৱস

আজি ৰাষ্ট্ৰীয় প্রযুক্তি দিৱস। ভাৰতে ১৯৯৮ চনৰ আজিৰ দিনটোতে ৰাজস্থানৰ পোখৰানত পাৰমাণিক বোমাৰ সফল পৰীক্ষণ সম্পন্ন কৰিছিল। এই দিনটোৱে...

ASSAM RIFLES UNDER OPERATION SADBHAVNA ORGANISES CULTURAL FESTIVAL FOR LOCALS AT NUNGBA, MANIPUR

■ Assam Rifles organised a community oriented Cultural Festival at Nungba, Manipur, on 21 Mar 2025 under Operation Sadhbhavna...

প্রবন্ধ সংকলন ‘পুথিভঁৰাল’ – ড° বুলজিৎ বুঢ়াগোহাঁই

■ 'পুথিভঁৰাল' শীর্ষক প্রবন্ধ সংকলনখনিৰ লেখক হৈছে পূব কামৰূপ মহাবিদ্যালয়ৰ গ্রন্থাগাৰিক ড° নির্মল ৰঞ্জন মজুমদাৰ। এই গ্ৰন্থখনৰ প্ৰকাশক হ’ল-মানৱ...

অসম খবৰ● Live 📡 Update

● ভূপেন্দ্ৰ পেটেলে আজি দিনৰ ২ বজাত গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। ●প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতীয় পেৰালিম্পিক দলক মানুহক...

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds