31.3 C
Guwahati
Thursday, November 13, 2025
More

    শেহতীয়া আপডেটঃ

    ভাৰতীয় ষ্টেট বেংকৰ মুখ্য মহাপ্ৰবন্ধক হিচাপে নিযুক্ত হৈছে অসমৰ সুৰঞ্জনা দত্ত…

    অসমৰ সুৰঞ্জনা দত্ত ভাৰতীয় ষ্টেট বেংকৰ মুখ্য মহাপ্ৰবন্ধক । ভাৰতীয় ষ্টেট বেংকৰ মুখ্য মহাপ্ৰবন্ধক হিচাপে নিযুক্ত হৈছে অসমৰ সুৰঞ্জনা দত্ত ।

    সুৰঞ্জনা দত্ত এছ বি আইৰ মুখ্য মহাপ্ৰবন্ধক হিচাপে নিযুক্ত অসমৰ প্ৰথমগৰাকী মহিলা বিষয়া৷ কটন কলেজৰ পৰা ষ্টেণ্ড কৰি পাছত কটনৰে পৰা ডিগ্ৰীৰ পাছত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাত্তোকোত্তৰ ডিগ্ৰী লাভ কৰি ১৯৯১ চনত ষ্টেট বেংক অফ ইণ্ডিয়াৰ প্ৰবেচনাৰী অফিচাৰ হিচাপে যোগদান কৰে ।

    চাকৰি জীৱনত দেশৰ বিভিন্ন প্ৰান্তত সুখ্যাতিৰে কাম কৰাৰ ওপৰিও তেখেত জাপানতো কৰ্মৰত আছিল।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds