শেহতীয়া আপডেটঃ

দেশৰ বিভিন্ন প্রান্তত জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে মুক্তি

প্ৰাণৰ শিল্পীগৰাকীৰ শেষ ছবিখন উপভোগ কৰিবলৈ পুৱাই বিভিন্ন ঠাইৰ ছবিগৃহসমূহত অনুৰাগীৰ লগতে ডেকা-বুঢ়া নির্বিশেষে সকলো বয়সৰ লোকে ছবিগৃহ ভিৰ কৰে।

♦ বহু প্রতীক্ষাৰ অন্তত অসমসহ দেশৰ বিভিন্ন প্রান্তত জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে মুক্তি দিয়া হয়। ৰাজ্যৰ ভিন্ন স্থানৰ ছবিগৃহত পুৱা ৪ বাজি ২৫ মিনিটত ছবিখনৰ প্ৰথমটো দর্শনী প্ৰদৰ্শন কৰা হয়।

প্ৰাণৰ শিল্পীগৰাকীৰ শেষ ছবিখন উপভোগ কৰিবলৈ পুৱাই বিভিন্ন ঠাইৰ ছবিগৃহসমূহত অনুৰাগীৰ লগতে ডেকা-বুঢ়া নির্বিশেষে সকলো বয়সৰ লোকে ছবিগৃহ ভিৰ কৰে। প্ৰতিটো ছবিগৃহতে অহা কিছুদিনলৈ সকলো দর্শনীৰ বাবে দর্শকসকলে টিকট ক্ৰয় কৰিছে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.