Thursday, May 29, 2025
26.5 C
Guwahati
TOP NEWS:

বিশ্বনাথৰ চেলাইখাতিত ছাত্ৰীৰ মৃত্যু  চাঞ্চল্য

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

বিশ্বনাথৰ চেলাইখাতিত ছাত্ৰীৰ মৃত্যু  চাঞ্চল্য

ৰমেশ চন্দ্ৰ সুৰেণ বিশ্বনাথ চাৰিআলি ৮ চেপ্তেম্বৰ:- এগৰাকী কণমাণি ছাত্ৰীৰ আজি পুৱা ১০ মান বজাত অনাকাংক্ষিত ভাৱে মৃত্যু হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে কালি বিশ্বনাথৰ স্বাস্থ্য বিভাগ আৰু অঙ্গনবাড়ি কৰ্মী সহ আশা কৰ্মীৰ এটা দলে নদুৱাৰ ফৰেষ্ট বড়ো প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক প্ৰদান কৰিছিল আইৰণৰ বড়ি ৷দিনৰ ভাগত ছাত্ৰী গৰাকী সুস্থ আছিল যদিও বুধ বাৰে নিশাৰ ভাগত ৰেচমা দৈমাৰী নামৰ ছাত্ৰী গৰাকী হঠাৎ অসুস্থ হৈ পৰে।ক্ৰমাৎ জ্বৰ বৃদ্ধি হোৱাত পৰিয়ালৰ ঘৰুৱা ভাৱে চিকিৎসা কৰাত জ্বৰ কিছু কমি যোৱাত ছাত্ৰী গৰাকী সুস্থ হৈ উঠে যদিও আজি পুৱা ১০ মান বজাত আকস্মিক ভাবেই মৃত্যু ঘটে ছাত্ৰী ৰেচমা দৈমাৰীৰ ৷ উল্লেখযোগ্য যে ৮ বছৰীয়া নদুৱাৰ ফৰেষ্ট বড়ো এল পি স্কুলৰ অধ্যয়ণৰত ছাত্ৰী গৰাকী একমাত্ৰ আইতাৰ সৈতে আছিল তেওঁ মাতৃ কৰ্ম সূত্ৰে গুৱাহাটীৰ থাকে ৷একমাত্ৰ আইতাই গৰাকীয়ে চোৱা চিতা কৰি কিশোৰী ছাত্ৰী গৰাকীক পঢ়া শুনা সকলো দায়িত্ব লৈছিল আইতাক গৰাকীয়ে ৷ইফালে ঘটনাটোৰ খবৰ লাভ কৰি আজি বালিচাং আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক ডাঃ দিগন্ত বড়ো সহ চিকিৎসকৰ দলটি ততাতৈয়াকৈ স্বাস্থ্যৰ বুজ লবলৈ উপস্থিত হয় যদিও ছাত্ৰী ৰেচমা দৈমাৰীৰ ইতিপুৰ্বে মৃত্যু ঘটে ৷ চিকিৎসা বিষয়া গৰাকীয়ে সদৰি কৰা মতে আইৰণৰ বড়ি খাই মৃত্যু হোৱাৰ আশঙ্কা কৰিব পৰা বিশেষ থল নাই ৷ যিহেতু অন্যান্য ছাত্ৰ -ছাত্ৰী সকলেও এই আইৰণৰ বড়ি গ্ৰহন কৰি আছে ৷ অতিমাত্ৰা জ্বৰ আৰু বমি হোৱাৰ সংক্ৰান্তত আৰু চিকিৎসাৰ অভাবত মৃত্যু হোৱাৰ আশঙ্কা প্ৰকাশ কৰে চিকিৎসক দিগন্ত বড়োয়ে ৷ আনহাতে ছাত্ৰী গৰাকীৰ দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা প্ৰকাশ কৰে স্থানীয় লোকে।

- Advertisement -

Hot this week

Britain’s Got Talent শীৰ্ষক ৰিয়েলিটী শ্ব’ত অসমৰ জীয়ৰী বিনীতা চেত্ৰীৰ চূড়ান্ত পৰ্যায়ত প্ৰৱেশ

Britain’s Got Talent শীৰ্ষক ৰিয়েলিটী শ্ব’ত নৃত্য প্ৰদৰ্শনেৰে আকৰ্ষণৰ...

ASSAM RIFLES INAUGURATES FOOTBALL GROUND

As part of its continued efforts to foster youth...

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি গৌৰৱ গগৈ

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি হিচাপে গৌৰৱ...

গ্ৰন্থ আলোচনাঃ ‘নৈ বৈ যায়’ – ✒️ৰিতুপৰ্ণা

নদীমাতৃক ৰাজ্য অসমৰ সভ্যতা, সাহিত্য, সংস্কৃতিৰ ক্ৰমবিকাশৰ সাক্ষী হৈ...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
24.4 ° C
24.4 °
24.4 °
95 %
2.5kmh
100 %
Thu
25 °
Fri
24 °
Sat
30 °
Sun
27 °
Mon
32 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds