31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    মহিলাৰ যৌন ৰোগ নিয়ন্ত্ৰণৰ বাবে বিশেষ আঙুঠিৰ উদ্ভাৱন: ৭৫% সফলতা অৰ্জন বিজ্ঞানী মহলৰ

    মহিলা বিলাকৰ শৰীৰৰ গঠন প্ৰণালী পুৰুষতকৈ জটিল আৰু সহজতে বিভিন্ন ৰোগৰ সন্মুখীন হয়। তাৰ ভিতৰত অন্যতম এটি ৰোগ হৈছে বিশ্বত্ৰাস এইডছ। এই ৰোগত আক্ৰমণ হোৱাৰ সংখ্যা পুৰুষতকৈ মহিলাৰ বেছি। যিহেতু এইডছ  HIV বীজানুৰ দ্বাৰা সংক্ৰমিত হয় সেয়ে তাক প্ৰতিৰোধৰ বাবে এক বিশেষ ব্যৱস্থা উদ্ভাৱন কৰিছে বিজ্ঞানী সকলে। গৱেষণা অনুসৰি HIV বীজানু যৌন সম্পৰ্কৰ দ্বাৰা অধিক সংক্ৰমিত হয় মহিলা সকলৰ শৰীৰলৈ। InteInternational Partnership for Microbicides (IPM) এবিধ আঙুঠি বনাইছে যিটো ২১ দিনৰ বাবে যোনিত সংস্থাপন কৰা হয়। এই আঙুঠিটোত কিছুমান HIV প্ৰতিৰোধক ঔষধ থাকে। যিয়ে যৌন সম্পৰ্কৰ দ্বাৰা HIV বীজানু আহিলেও সংক্ৰমিত হোৱাত বাধা দিয়ে। আঙুঠিটোৰ মুখ্য ডিজাইনাৰ ডাঃ জাৰিদ বিটেনে কয়– সম্প্ৰতি পৰীক্ষামূলক ভাৱে ইউগাণ্ডা, দক্ষিণ আফ্ৰিকা, মলৱাই, জিম্বাবোৱে আদি দেশত ব্যৱহাৰ কৰা হৈছে আৰু এইক্ষেত্ৰত ৭৫ শতাংশ সফলতা লাভ কৰা হৈছে ।
    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds