31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মণীষ চিছ’ডিয়াৰ বিৰুদ্ধে 100 কোটি টকাৰ মানহানি গোচৰ তৰিলে ৰিণিকী ভূঞা শৰ্মাই

    দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মণীষ চিছ’ডিয়াৰ বিৰুদ্ধে 100 কোটি টকাৰ মানহানি গোচৰ তৰিলে ৰিণিকী ভূঞা শৰ্মাই

    মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই মঙলবাৰে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মণীষ চিছ’ডিয়াৰ বিৰুদ্ধে 100 কোটি টকাৰ মানহানি গোচৰ তৰে ৷

    উল্লেখ্য যে, দিল্লীৰ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে কিছুদিন পূৰ্বে দিল্লীত এখন সংবাদমেল অনুষ্ঠিত কৰি গুৰুতৰ অভিযোগ তুলিছিল যে তদানীন্তন স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই তেওঁৰ মালিকানাধীন প্ৰতিষ্ঠানৰ নামত পিপিই কিট যোগান ধৰি বৃহৎ কেলেংকাৰী সংঘটিত কৰিছিল ক’ভিডৰ কালছোৱাত ৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds