31.3 C
Guwahati
Tuesday, October 21, 2025
More

    শেহতীয়া আপডেটঃ

    আজি তেল আৰু গেছ খণ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোডীৰ বাৰ্তালাপ

    আজিৰ বাৰ্তালাপৰ বিষয় হৈছে বিকাশ আৰু প্ৰসাৰতা। ভাৰতত হাইড্ৰ'কাৰ্বন খণ্ডত অন্বেষণ আৰু উৎপাদনত সহযোগিতা কৰা, শক্তিৰ নিজস্বতা আৰু গেছ আধাৰিত অৰ্থনীতি ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা।

    ◆ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া ৬ বজাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে মুখ্য কাৰ্যবাহী বিষয়া আৰু গোলকীয় তেল আৰু গেছ খণ্ডৰ বিশেষজ্ঞসকলৰ সৈতে বাৰ্তালাপ কৰিব। অনুষ্ঠানটোত পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰী উপস্থিত থাকিব। ২০১৬ চনত আৰম্ভ হোৱা ষষ্ঠ বাৰ্ষিক বাৰ্তালাপ আৰু তেল আৰু গেছ খণ্ডত বিশ্বব্যাপী নেতাসকলৰ অংশগ্ৰহনে খণ্ডটোৰ গুৰুত্বপূৰ্ণ বিষয়বোৰৰ ওপৰত আলোচনা কৰাৰ লগতে ভাৰতৰ সৈতে সহযোগিতা আৰু বিনিয়োগৰ সম্ভাৱ্য ক্ষেত্ৰসমূহত সহযোগিতা আগবঢ়াব।

    আজিৰ বাৰ্তালাপৰ বিষয় হৈছে বিকাশ আৰু প্ৰসাৰতা। ভাৰতত হাইড্ৰ’কাৰ্বন খণ্ডত অন্বেষণ আৰু উৎপাদনত সহযোগিতা কৰা, শক্তিৰ নিজস্বতা আৰু গেছ আধাৰিত অৰ্থনীতি ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা।

    পৰিষ্কাৰ আৰু শক্তি দক্ষতা জৰিয়তে নিৰ্গমন হ্ৰাস, সেউজীয়া হাইড্ৰজেন অৰ্থনীতি, জৈৱ ইন্ধন উৎপাদন বৃদ্ধি আৰু সম্পদ সৃষ্টি ক্ষেত্ৰতো গুৰুত্ব দিয়া হ’ব। আগশাৰীৰ বহুজাতিক নিগম আৰু শীৰ্ষ আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞসকলেও অংশগ্ৰহণ কৰিব।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds