31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    লোকসভা নিৰ্বাচনঃ জম্মু-কাশ্মীৰৰ এটা সংসদীয় সমষ্টিৰ মনোনয়ন কাইলৈ পৰীক্ষা

    দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হয়। অৱশ্যে এই পৰ্যায়ত সামৰি ল’বলগীয়া জম্মু-কাশ্মীৰৰ এটা সংসদীয় সমষ্টিৰ মনোনয়ন সমূহ কাইলৈ পৰীক্ষা কৰা হ’ব। এই পৰ্যায়ত আউটাৰ মণিপুৰ লোকসভা সমষ্টিৰ কিছু অংশৰ লগতে ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮৮ খন লোকসভা আসনৰ বাবে অহা ২৬ মাৰ্চত নির্বাচন অনুষ্ঠিত হ’ব। ইয়াৰ ভিতৰত কেৰালাৰ ১২ খন, কৰ্ণাটকৰ ১৪ খন, ৰাজস্থানৰ ১৩ খন, মধ্যপ্ৰদেশত ৭ খন আসনৰ উপৰি উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰত ৮ খনকৈ আসন, অসম আৰু বিহাৰত ৫ খনকৈ, পশ্চিম বংগ আৰু ছত্তিশগড়ত ৩ খনকৈ তথা মণিপুৰ, ত্ৰিপুৰা আৰু জম্মু-কাশ্মীৰৰ এখনকৈ আসন আছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds