31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    লোকসভা নিৰ্বাচন, ২০২৪ৰ দিন ঘোষণা

    ◊ শনিবাৰে দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিলে লোকসভা নিৰ্বাচন, ২০২৪ৰ নিৰ্বাচনৰ তাৰিখ। এক সংবাদমেলত নিৰ্বাচন আয়োগে সমগ্ৰ দেশত ৭টা পৰ্যায়ত অনুস্থিত হ’বলগা সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা কৰে৷ আগন্তুক ব’হাগ বিহুৰ পিছতে অসমত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন। অসমত মুঠ তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ১৯ এপ্ৰিল, দ্বিতীয় পৰ্যায়ত ২৬ এপ্ৰিল আৰু তৃতীয় পৰ্যায়ত ৭ মে’ত অনুস্থিত হ’ব নিৰ্বাচন।

    প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অসমৰ ৫টা সমষ্টিত অনুস্থিত হ’ব। এই সমষ্টিকেইটা হৈছে শোণিতপুৰ, যোৰহাট, ডিব্ৰুগড়, কাজিৰঙা আৰু লখিমপুৰ।
    দ্বিতীয় পৰ্যায়ত ২৬ এপ্ৰিলত ৫টা সমষ্টিত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন আৰু নিৰ্বাচন অনুষ্ঠিত হ’বলগা সমষ্টিকেইটা হ’ল ডিফু, নগাঁও, দৰং-ওদালগুৰি, শিলচৰ আৰু কৰিমগঞ্জ। ইফালে, তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অহা ৭ মে’ত অনুষ্ঠিত হ’ব। ৪টা সমষ্টিত অনুষ্ঠিত হ’বলগা তৃতীয় পৰ্যায়ৰ নিৰ্বাচন গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত অনুষ্ঠিত হ’ব।
    সমগ্ৰ দেশতে ৭টা পৰ্যায়ত হ’ব লোকসভা নিৰ্বাচন
    ১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ
    ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব
    ৭ মে’ত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন
    ১৩ মে’ত অনুষ্ঠিত হ’ব চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ
    ২০ মে’ত অনুষ্ঠিত হ’ব পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব
    ২৬ মে’ত ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব
    সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ১ জুনত

    প্ৰথম পৰ্যায়ত ২১ ৰাজ্যৰ ১০২ সমষ্টিত হ’ব নিৰ্বাচন। ২য় পৰ্যায়ত ১৩ ৰাজ্যৰ ৮৯খন আসনত অনুষ্ঠিত হ’ব নিৰ্বাচন। তৃতীয় পৰ্যায়ত ১২খন ৰাজ্যৰ ৯৪ সমষ্টিত হ’ব নিৰ্বাচন। চতুৰ্থ পৰ্যায়ত ১০ ৰাজ্যৰ ৯৬খন আসনত হ’ব নিৰ্বাচন। পঞ্চম পৰ্যায়ত ৮খন ৰাজ্যৰ ৪৯খন আসনত হ’ব নিৰ্বাচন। ষষ্ঠ পৰ্যায়ত ৭খন ৰাজ্যৰ ৫৭খন আসনত অনুষ্ঠিত হ’ব নিৰ্বাচন আৰু সপ্তম পৰ্যায়ত ৮ ৰাজ্যৰ ৫৭টা সমষ্টিত হ’ব নিৰ্বাচন। ৪ জুনত ঘোষণা হ’ব লোকসভা নিৰ্বাচনৰ ফলাফল।

    এইবাৰ নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্য ৯৬.৮ কোটি
    ইয়াৰে পুৰুষ ভোটাৰ আছে ৪৯.৭ কোটি
    মহিলা ভোটাৰৰ সংখ্য ৪৭.১ কোটি
    নতুন ভোটাৰৰ সংখ্য ১.৮ কোটি
    ৮৫ বছৰ উৰ্ধৰ ভোটাৰ আছে ৮২ লাখ
    তৃতীয় লিংগৰ ভোটাৰ ৪৮,০০০
    যুৱ ভোটাৰ আছে ১৯.৭৪ কোটি
    নতুন মহিলা ভোটাৰ আছে ৮৫ লাখ

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds