Thursday, May 29, 2025
26.9 C
Guwahati
TOP NEWS:

অগ্নিপথ আঁচনিৰ সন্দৰ্ভত সজাগতা সভা সম্পন্ন

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

অগ্নিপথ আঁচনিৰ সন্দৰ্ভত সজাগতা সভা লখৰাত :

বিশ্বনাথ  ৮ জুলাই ::

কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা অগ্নিপথ আঁচনিৰ খনৰ বিৰুদ্ধে দেশত প্ৰতিবাদ হৈ থকা সময়তে কোনো কোনো ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক- যুৱতী সকলে সমৰ্থন কৰাও দেখা গৈছে আচঁনি খন।

আনহাতে  অগ্নিপথ আচঁনি জড়িয়তে সেনা বাহিনীত যোগদান কৰিবলৈ একাংশ যুৱক- যুৱতীয়ে ইতিমধ্যে অনুশীলন আৰম্ভ কৰা দেখা গৈছে শোণিতপুৰ বিশ্বনাথ জিলাত।

ইফালে এই  কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আচঁনি খনৰ সন্দৰ্ভত শুক্ৰবাৰে শোণিতপুৰ জিলাৰ লখৰা অসম ৰাইফলছৰ দ্বাৰা এক সজাগতা সভা অনুষ্ঠিত হয় চাৰিদুৱাত।


অসম ৰাইফলছৰ
বেটেলিয়ন আৰু মুখ্য কাৰ্যালয়ৰ অধীনত অসম ৰাইফলছৰ মহাপৰিদৰ্শক (পূব) ২১ খণ্ডই অসমৰ শোণিতপুৰ জিলাৰ লখৰা আৰু চাৰিদুৱা অঞ্চলৰ প্ৰায় ১০৭ গৰাকীৰ স্থানীয় শিক্ষিত যুৱক-যুৱতীক  এক গোট কৰি অগ্নিপথ আঁচনিৰ খনৰ সন্দৰ্ভত বহলাই বাখ্যা আগবঢ়াই অসম ৰাইফলছ বিষয়বীয়া সকলে।
এই সজাগতা সভাতে যুৱক-যুৱতী সকলক আঁচনি খনৰ লাভালাভৰ
আৰু আঁচনিখনৰ সন্দৰ্ভত দেশত চলি থকা সমস্যা বোৰৰ লগতে যুৱক সকলৰ ভাৱি থকা সন্দেহবোৰ দুৰ কৰিবলৈ  স্পষ্ট ভাৱে প্ৰকাশ কৰে অসম ৰাইফছে প্ৰকাশ কৰে যুৱক যুৱতী সকলৰ আগত।

- Advertisement -

Hot this week

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
broken clouds
25.7 ° C
25.7 °
25.7 °
90 %
2.6kmh
81 %
Wed
26 °
Thu
25 °
Fri
24 °
Sat
27 °
Sun
31 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds