Monday, June 30, 2025
34.2 C
Guwahati
TOP NEWS:

বিহালী ঠাণ্ডাপানী নদীৰ খহনীয়াই ক্ষতি কৰিছে শতাধিক পৰিয়ালক

- Advertisement -

বিহালী ঠাণ্ডাপানী নদীৰ খহনীয়াই ক্ষতি কৰিছে শতাধিক পৰিয়ালক ।

 

অসম অৰুণাচল সীমান্ত পৰা ৰাজেশ ঘোষ ১৪ ছেপ্টেম্বৰ :

বিশ্বনাথ জিলাৰ বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত অসম অৰুণাচল সীমান্ত বিহমাৰী কাজিয়ামাটি আৰু ঠাণ্ডাপানী মাজেৰে বৈ যোৱা ঠাণ্ডাপানী নদীৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে।
যাৰ ফলত অঞ্চলটোৰ শতাধিক পৰিয়ালৰ ক্ষতিগ্ৰস্ত হৈছে। উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ পাহাৰৰ পৰা বৈ অহা নদীখনে ইতিমধ্যে প্ৰায় এশ বিঘাৰো অধিক বিহালী সংৰক্ষিত বনাঞ্চলকে ধৰি অঞ্চলটোৰ বহু হেক্টৰ বনভূমি খহনীয়াত যাহ গৈছে যদিও গুৰুত্ব নাই জিলা খনৰ জলসম্পদ বিভাগৰ লগতে
স্থানীয় গাওঁ পঞ্চায়ত প্ৰতিনিধি।

আনহাতে বাৰিষাৰ সময়ত অৰুণাচল প্ৰদেশৰ পাহাৰত সঘনাই বৰষুণ দিয়া ফলত নদী খনৰ তীব্ৰ গতিত খহনীয়া বৃদ্ধি পাইছে । কিন্তু যদি এই দৰে তীব্ৰ গতিত খহনীয়া অব্যাহত থাকে অচিৰেই নিঃচিহ্ন কৰিব পাৰে নিচেই কাষতে লাগি থকা বিহমাৰী স্বাস্থ্য কেন্দ্ৰ আৰু কেইবাখনো চৰকাৰী প্ৰাথমিক বিদ্যালয়।
আনহাতে এই খহনীয়া বিষয়ে অঞ্চলটোৰ ৰাইজে স্থানীয় জিলা জলসম্পদ বিভাগৰ অভিযন্তা গাওঁ পঞ্চায়ত প্ৰতিনিধি লগতে সাংসদ বিধায়কক অৱগত কৰা পাছতো অঞ্চলটোৰ ৰাইজৰ সমস্যাৰ প্ৰতি গুৰুত্ব নাই । আনহাতে ৯ নং তেজপুৰ লোকসভা সাংসদ আৰু ৭৭ নং বিধান সভা সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তৰ লগতে স্থানীয় পঞ্চায়তৰ জনপ্ৰতিনিধিক স্থানীয় ৰাইজে গৰাখহনীয়াৰ বিষয়ে অবগত কৰাৰ পিছতো কোনো ধৰণৰ ফল পোৱা নাই বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে।
গাওঁ পঞ্চায়ত প্ৰতিনিধিক
বহুবাৰ আবেদন নিবেদন কৰিছে যদিও কোনো গুৰুত্ব নিদিয়া অভিযোগ উত্থাপন কৰিছে ৰাইজে ।

আনহাতে সংবাদ মাধ্যমৰ জড়িয়তে ভুক্তভোগী ৰাইজে অসমৰ জলসস্পদ মন্ত্ৰী পিয়ুষ হাজৰিকালৈ আহ্বান “আপুনি আমাৰ অঞ্চললৈ এবাৰ আহি চাই যাওক আচলতে আমি অসম অৰুণাচল সীমান্ত ঠাণ্ডাপানীত কি দৰে জীৱন নিবাস কৰি আছোঁ লগতে নদী খনে দিনক দিনে কি দৰে আমাৰ সপোনৰ গাওঁখন খহনীয়াত যাহ গৈছে ।” যাৰ ফলত স্থানীয় ৰাইজে উক্ত অঞ্চল সমূহ গৰাখহনীয়া প্ৰতিৰোধ ব্যবস্থা কৰিবলৈ দাবী জনাইছ স্থানীয় ৰাইজে।

Hot this week

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ সফলভাৱে সম্পন্ন

শিক্ষাৰ্থীসকলে উদ্যোগ আৰু ব্যৱসায়ৰ জৰিয়তে আত্মনিৰ্ভৰশীল হৈ আনকো কৰ্মসংস্থাপন...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

Topics

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ সফলভাৱে সম্পন্ন

শিক্ষাৰ্থীসকলে উদ্যোগ আৰু ব্যৱসায়ৰ জৰিয়তে আত্মনিৰ্ভৰশীল হৈ আনকো কৰ্মসংস্থাপন...

ASSAM RIFLES CONDUCTS MEDICAL CAMP IN MONGBUNG VILLAGE, JIRIBAM DISTRICT ON 26 JUNE 2025

Assam Rifles conducted a successful medical camp in Mongbung...

Related Articles

Popular Categories

Assam
overcast clouds
34 ° C
34 °
34 °
60 %
0.9kmh
100 %
Mon
34 °
Tue
29 °
Wed
32 °
Thu
28 °
Fri
32 °