31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ ছামীৰ পত্নী হাছিন জাহানৰ উত্তেজনাপূৰ্ণ ভঙ্গীমাত ভাইৰেল ভিডিঅ’

    হাছিন জাহান (Hasin Jahan) কিছুদিন পূৰ্বে চুইমিং পুলত থকা ফটো আপলোড কৰাৰ পাছততেওঁৰ অনুৰাগীসকলৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল৷ নতুন ভিডিঅ'টোত, কামুকৰ দৰে দেহৰ ভঙ্গীমাত বিচনাত আছে৷ ভাইৰেল ভিডিও

    কলকাতাঃ ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা পেচাৰ বলাৰ আৰু পঞ্জাৱ কিংছৰ বলাৰ মহম্মদ ছামী (Mohammed Shami)ৰ পত্নী হাছিন জাহানে (Hasin Jahan) প্ৰায়ে তেওঁ দেহৰ আকৰ্ষণৰ (Hasin Jahan Bold) ফটো আৰু ভিডিঅ’ পোষ্ট কৰে৷ এইবাৰ তেওঁ বিচনাত শুই, নাচি আৰু এক লাস্যময়ী ভাঁজত ভিডিঅ’ পোষ্ট কৰে৷ আৰু ভিডিঅ’ পোষ্ট কৰাৰ লগে লগে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷

    হাছিনৰ ভাইৰেল ভিডিঅ’টো কিছু অনুৰাগীয়ে প্ৰশংসা কৰিছে৷ আন কিছুমানে হাছিনক অশ্লীল ভাষাত ট্ৰ’ল কৰিছে৷ অনুৰাগীসকলে হাছিন জাহানৰ স্বামী মহম্মদ ছামীৰ সৈতে সম্পৰ্কৰ বিষয়ে মতামত দি হাছিনক গৰিহণা দিছে।

    হাছিন জাহানে কিছুদিন আগতে চুইমিং পুলত তেওঁ দেহৰ আকৰ্ষণীয় ভাঁজত থকা ফটো আপলোড কৰাৰ লগে লগে অনুৰাগীসকলৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল।

    এইবাৰ এই নতুন ভিডিঅ’টোত হাছিন জাহানে বিছনাত শুই ভৰিৰ ভঙ্গীমা কেমেৰাত জুম কৰি দেখুৱাইছে৷ লগতে তেওঁৰ খালী পিঠিও দেখুৱাই ভিডিও কৰিছে৷ তেওঁৰ মূৰৰ ওপৰৰ পৰা ভিডিঅ’টোত বিচনাত লাস্যময়ী সম্পূৰ্ণ শৰীৰতো দেখুৱাই ভিডিও তেওঁ নিজ সামাজিক মাধ্যমৰ প্লেটফৰ্মত প্ৰকাশ কৰিছে৷ ভাইৰেল ভিডিঅ’টো চাওক

    কিছুমানে ভিডিঅ’টোত মন্তব্য কৰিছে, “এনেকুৱা লাগিছে যেন মহম্মদ ছামীৰ সিদ্ধান্ত সম্পূৰ্ণ শুদ্ধ।” কিছুমানে পুনৰ লিখিছিল, “কুছ পাৰ ভি পাহেন লেটি।” কিছুমানে মডেল হিচাপে তাইৰ সৌন্দৰ্যৰ বাবে তাইক প্ৰশংসা কৰিছিল। তেওঁলোকে ভিডিঅ’টোত তাইক লৈ হাঁহিও উপভোগ কৰিছে।

    হাছিন জাহান আৰু মহম্মদ ছামীৰ কেইবছৰমান আগতে বিবাহ পাশত আৱদ্ধ হৈছিল৷ কিন্তু বিবাহৰ কেইবছৰমানৰ ভিতৰতে তেওঁলোকে ইজনে সিজনৰ সংগ ত্যাগ কৰিলে৷ হাছিন জাহানে ছামী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল৷ কিন্তু তেওঁলোকৰ এতিয়াও বিবাহ বিচ্ছেদ হোৱা নাই বুলি জানিব পৰা যায়৷

    বিয়াৰ কেইবছৰমান আগতে মহম্মদ ছামীৰ পত্নী হাছিন জাহানে অভিযোগ কৰিছিল যে তেওঁৰ স্বামীৰ একাধিক মহিলাৰ সৈতে অবৈধ সম্পৰ্ক আছে৷ তেওঁ তেওঁৰ স্বামী আৰু শহুৰেকৰ ওপৰত নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল৷ কিন্তু তেওঁ ছামীৰ বিৰুদ্ধে কোনো আনুষ্ঠানিক প্ৰমাণ দিয়া নাছিল৷

    কলকাতাৰ নিবাসী হাছিন জাহানে ২০১৪ চনৰ ৭ এপ্ৰিল তাৰিখে মহম্মদ ছামীৰ সৈতে বিয়া হৈছিল। বৰ্তমান তেওঁলোকৰ এজনী ছোৱালীও আছে।


    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds