31.3 C
Guwahati
Monday, November 10, 2025
More

    শেহতীয়া আপডেটঃ

    ভাল খবৰ :মহাবিদ্যালয় আৰু ৰাজ্যিক বিশ্ববিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীলৈ

                অসম খবৰ ডিজিটেল ডেস্ক ২ আগষ্ট ::

    অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে ৩০ জুলাই শনিবাৰে এক জাননী জাৰি কৰিছে।

    জাননী জড়িয়তে ৰাজ্যৰ প্ৰাদেশীকৃত চৰকাৰী, স্বায়ত্ত্ব শাসিত মহাবিদ্যালয় আৰু ৰাজ্যিক বিশ্ববিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী তথা বিষয়াবৰ্গৰ সুবিধা হোৱাকৈ এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে
    অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে ।উল্লেখযোগ্য যে পূৰ্বে ৰাজ্য চৰকাৰৰ মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ কৰ্মৰত শিক্ষক-শিক্ষয়িত্ৰী তথা বিষয়া কৰ্মচাৰী সকলৰ বাবে অসম ভৱন আৰু আৱৰ্ত্ত ভৱনত চৰকাৰী কৰ্মচাৰী হিচাবে কোনো সা-সুবিধা নাছিল । কিন্তু শেহতীয়াকৈ ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী আসন গ্ৰহণ কৰা পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে
    ৰাজ্যৰ প্ৰাদেশীকৃত চৰকাৰী, স্বায়ত্ত্ব শাসিত মহাবিদ্যালয় আৰু ৰাজ্যিক বিশ্ববিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী তথা বিষয়াবৰ্গৰ সকললৈ।
    এতিয়া পৰা ৰাজ্যৰ প্ৰাদেশীকৃত চৰকাৰী, স্বায়ত্ত্ব শাসিত মহাবিদ্যালয় আৰু ৰাজ্যিক বিশ্ববিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী তথা বিষয়াবৰ্গৰ কৰ্মচাৰী সকলে এই সুবিধা লাভ কৰিব সম্পূৰ্ণ চৰকাৰী নিৰিখৰ ভাড়াতে।
    আনহাতে এটা পদক্ষেপ গ্ৰহণ কৰাত সাধাৰণ প্ৰশাসনৰ বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে।

    আনহাতে এই পদক্ষেপক সকলোৱে আদৰণি জনাইছে যদিও ইয়াক লৈ একাংশ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে সামাজিক মাধ্যমত ক্ষোভ প্ৰকাশ কৰিছে।

    লগতে প্ৰাথমিক বিদ্যালয়ৰ কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰী সকলৰ ক্ষেত্ৰতো একে সুবিধা প্ৰদান কৰা দাবী জনালে চৰকাৰক।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds