31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথৰ জিনজিয়াত কৰ্মকাৰ সম্প্ৰদায় সন্থাৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

    বিশ্বনাথৰ জিনজিয়াত কৰ্মকাৰ সম্প্ৰদায় সন্থাৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন ৷

    অসম খবৰ , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ১৭ জুলাই ঃ সদৌ অসম কৰ্মকাৰ সম্প্ৰদায় সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আৰু জিলাখনৰ অন্তৰ্গত আঞ্চলিক সমিতি সমুহৰ সহযোগত উত্তৰ জিনজিয়া প্ৰাথমিক বিদ্যালয়ত ২য় কাৰ্যনিৰ্বাহক সভাখন আজি অনুষ্ঠিত হৈ যায় ।


    সভাত কৰ্মকাৰ সম্প্ৰদায়ৰ আৰ্থসামাজিক , শৈক্ষিক , ৰাজনৈতিক তথা জনগোষ্ঠীৰ
    টোৰ সৰ্বাংগীণ উন্নয়নৰ কল্পে বিভিন্ন দিশ সমুহ আলোচনা কৰা হয় ৷ ইয়াৰ উপৰিও সাংগঠনিক দিশৰ ওপৰতো আলোকপাত কৰা হয় ৷ প্ৰায় দুই শতাধিক লোক উপস্থিত থকা সভাত সদৌ অসম কৰ্মকাৰ সম্প্ৰদায় সন্থাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি চিমছন লোহাৰ, সম্পাদক দেৱীচৰণ লোহাৰ, সহকাৰী সম্পাদক মুন্না লোহাৰ, সহকাৰী সম্পাদক অচিত কৰ্মকাৰ, ওদালগুৰি জিলা সমিতিৰ সভাপতি সচিতানন্দ কৰ্মকাৰ, লক্ষীমপুৰ জিলা সমিতিৰ সম্পাদক হৰি কৰ্মকাৰ, বিশ্বনাথ জিলা সমিতিৰ সম্পাদক ৰাজু কৰ্মকাৰ, সহকাৰী সম্পাদক: বৈদ্যনাথ কৰ্মকাৰ, সাংগঠনিক সম্পাদক শিৱা কৰ্মকাৰ , ঘিলাধাৰী প্ৰাথমিক সমিতিৰ সভাপতি ধ্ৰুৱ কৰ্মকাৰ প্ৰমুখ্যে কেইবাগৰাকী গন্য মান্য ব্যক্তি উপস্থিত থাকে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds