Thursday, May 29, 2025
25 C
Guwahati
TOP NEWS:

জিলা কৃষি বিভাগৰ উদ্যোগ : পথাৰত ১০১ গছি বন্তি প্ৰজ্বলন

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

জিলা কৃষি বিভাগৰ উদ্যোগ : পথাৰত ১০১ গছি বন্তি প্ৰজ্বলন

বিশ্বনাথৰ জিলাৰ গেৰুৱাবাৰীত কাতি উদযাপন

বিশ্বনাথ চাৰিআলি, ১৮ অক্টোবৰ

অসমীয়াৰ বাপতিসাহোন তিনিটা বিহুৰ ভিতৰত কাতি বিহু বা কঙালী বিহুৰো আছে বিশেষ তাৎপৰ্য৷ অভাৱৰ কঠিন সময়তো সম্ভাৱনাৰ পোহৰ দেখা ধৈৰ্যশীল অসমীয়া জাতিৰ গভীৰ আশাবাদক প্ৰতিফলিত কৰে কাতি বিহু উদযাপনে। কৃষি সম্পৰ্কীয়, ধৰ্মীয় তথা আধ্যাত্মিক বিশ্বাসৰ সৈতে জৰিত এই পৱিত্ৰ বিহুটি ৰাইজৰ সমৃদ্ধিশালী ভৱিষ্যতৰ বাবে অসম চৰকাৰৰ কৃষি বিভাগৰ অধীনস্থ বিশ্বনাথ জিলা কৃষি বিভাগৰ উদ্যোগত বিশ্বনাথৰ গেৰুৱাবাৰী নামঘৰৰ প্ৰাংগণত আজি উলহ মালহেৰে উদযাপন কৰা হয়৷

এই অনুষ্ঠানত বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, জিলা অতিৰিক্ত আয়ুক্ত ধ্ৰুৱজ্যোতি দাস, বিশ্বনাথ মহকুমা কৃষি বিষয়া প্ৰদীপ তালুকদাৰ, সমাজকৰ্মী দিগন্ত ঘটোৱাৰ সহ ভালেকেইজন বিষয়া, বিশিষ্ট অতিথি, কৃষি বিভাগৰ ন পুৰণি বিষয়া-কৰ্মচাৰী, পঞ্চায়ত প্ৰতিনিধিৰ লগতে বিশ্বনাথ জৈৱিক এফ পি চি, গেৰুৱাবাৰী অঞ্চলৰ ৰাইজৰ আৰু জিলাখনৰ সকলো শ্ৰেণীৰ ৰাইজে অংশগ্ৰহণ কৰে৷ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি কেইবাজনো প্ৰগতিশীল কৃষককো বিভাগীয়ভাৱে সম্বৰ্ধনা জনোৱা হয় আৰু বিশ্বনাথ জিলাত চলি থকা কৃষি বিভিন্ন আঁচনি সমূহৰ বিষয়ে সজাগতা অনুষ্ঠান আয়োজন কৰাৰ উই উপৰিও কেইবাগৰাকী বিশিষ্ট সমাজ কৰ্মীকো সম্বৰ্ধনা জনোৱা হয় । সভাত উপস্থিত প্ৰায় তিনি শতাধিক লোকে পৰম্পৰা ৰক্ষা কৰি গেৰুৱাবাৰী গাঁৱৰ পথাৰত ১০১ গছি বন্তি প্ৰজ্বলন কৰা হয়।

 


উল্লেখযোগ্য যে, অসম চৰকাৰৰ নিৰ্দেশ অনুযায়ী আজি গহপুৰ মকুমাৰ কৃষি বিভাগ আৰু স্থানীয় ৰাইজৰ সহযোগত চাৰিঙীয়া খেল পথাৰতো বন্তি প্ৰজ্বলন কৰাৰ লগতে উলহ মালহেৰে কাতি বিহু উদযাপন কৰা হয়।

- Advertisement -

Hot this week

সম্পাদকলৈ চিঠি…✒️

সম্পাদকলৈ চিঠি...✒️ মাননীয় সম্পাদক মহোদয়, গৱেষণামূলক লেখা প্রকাশৰ বাবে আলোচনী বা...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Britain’s Got Talent শীৰ্ষক ৰিয়েলিটী শ্ব’ত অসমৰ জীয়ৰী বিনীতা চেত্ৰীৰ চূড়ান্ত পৰ্যায়ত প্ৰৱেশ

Britain’s Got Talent শীৰ্ষক ৰিয়েলিটী শ্ব’ত নৃত্য প্ৰদৰ্শনেৰে আকৰ্ষণৰ...

মণিপুৰৰ চিৰই লিলি উৎসৱৰ সামৰণি

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
25 ° C
25 °
25 °
96 %
1.4kmh
100 %
Thu
25 °
Fri
24 °
Sat
31 °
Sun
28 °
Mon
31 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds