Thursday, May 29, 2025
25.7 C
Guwahati
TOP NEWS:

ৰাজ্যৰ প্ৰতিটো নতুন বিধানসভা সমষ্টিত অহা ১৬-২৫ জানুৱাৰীলৈ নতুন ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

ৰাজ্যৰ প্ৰতিটো নতুন বিধানসভা সমষ্টিত অহা ১৬-২৫ জানুৱাৰীলৈ নতুন ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী

গুৱাহাটীৰ ১৫ জানুৱাৰী :

খাদ্য সুৰক্ষা নিশ্চিতকৰণৰ বাবে ৰাজ্য চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে অভিলাষী পদক্ষেপ লৈছে। কেবিনেটৰ সিদ্ধান্ত অনুসৰি বৰ্ষটোত অহা ১৬ ৰ পৰা ২৫ জানুৱাৰীলৈ প্ৰতিটো নতুন বিধানসভা সমষ্টিত আনুষ্ঠানিকভাবে নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হ’ব। সেই উদ্দেশ্যে ৩৭ নম্বৰ জালুকবাৰী, ৪৭ নম্বৰ মাজবাট, ৯৭ নম্বৰ নাজিৰা, ১০০ নম্বৰ যোৰহাট আৰু ১০৪ নম্বৰ দেৰগাঁও নতুন বিধানসভা সমষ্টিত ৰেচন কার্ড বিতৰণৰ আন আনুষ্ঠানিক কার্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ইফালে ১৬ জানুৱাৰীত কাছাৰ জিলাত ৰেচন কাৰ্ড শুভাৰম্ভ কৰিম মন্ত্ৰী পৰিমল শুক্লবৈদ্য তাৰ লগতে ১৯ জানুৱাৰীত কাছাৰৰ জিলাৰ অভিভাৱক মন্ত্ৰী আৰু বিধান সভাৰ উপাধ্যক্ষ নোমল মমিনে।
জিলা খনত ২ লাখ ১৪ হাজাৰ দৰিদ্ৰ লোকক ৰেচন কাৰ্ড বিতৰণ কৰিব।
আনবোৰ সমষ্টিত বিভিন্ন বিভাগৰ মন্ত্ৰী আৰু স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যসকল উপস্থিত থাকিব। চৰকাৰে মুঠ ১০ লাখ ৭৩হাজাৰ ৪৮৯খন ৰেচন কাৰ্ড বিতৰণ কৰিব। ইয়াৰ ফলত নতুন হিতাধিকাৰীৰ সংখ্যা ৪২লাখ ৮৫ হাজাৰ ৭৪৫গৰাকী হ’ব বুলি জানিবলৈ পোৱা গৈছে।

- Advertisement -

Hot this week

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি গৌৰৱ গগৈ

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি হিচাপে গৌৰৱ...

চৰাইদেউৰ বিষয়ে একলম

চৰাইদেউৰ বিষয়ে একলম লিখিলোঁ, ভাল পালে মতামত জনাব। কৃতজ্ঞ...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
26.1 ° C
26.1 °
26.1 °
85 %
1.4kmh
100 %
Wed
26 °
Thu
26 °
Fri
24 °
Sat
30 °
Sun
28 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds