31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    দৰং আৰু ওদালগুৰি জিলা কেওঁট সন্মিলন :

    দৰং ওদালগুৰি জিলা কেওঁট সন্মিলনৰ পাথৰিঘাট শাখাই কৃত্ৰি ছাত্ৰ-ছাত্ৰী সকলক অভিনন্দন জনোৱা উদ্দেশ্য এখন সভা এ আয়োজন কৰে।

    উক্ত সভাখন পুৱা ৯ বজাত সন্মিলনৰ পতাকা উত্তোলন কৰে   কমলেশ্বৰ  ডেকাই।  ৯-৩০ বন্তি প্ৰজ্বলন কৰে কুলেন ডেকাই  আৰু ১০বজাত অভিনন্দন অনুষ্ঠান।অভিনন্দন অনুষ্ঠানটোত সভাপতিত্ব  কৰে  হলিৰাম ডেকাই ।উদ্বোধক  হিচাপে উপস্থিত থাকে   মানিক চন্দ্ৰ ডেকা। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৰমেশ শইকীয়াপ্ৰবক্তা দেওমৰনৈ কনিষ্ঠ মহাবিদ্যালয়, কৰিস্মা ডেকা ,সহকাৰী অধ্যাপিকা, গুৱাহাটীৰ মহাবিদ্যালয় কুলেন্দ নাথ ডেকা , সভাপতি দৰঙী কলা-কৃষ্টি উন্নয়ন সংঘ আৰু লগতে অঞ্চলটো বিশিষ্ট ব্যক্তি সকলক। উক্ত সভাখনত ১০০ ৰো অধিক  ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনাই।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds