
●প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতীয় পেৰালিম্পিক দলক মানুহক অনুপ্ৰাণিত কৰিবলৈ ক্ৰীড়াৰ বাহিৰৰ কেইটামান ক্ষেত্ৰত কাম কৰিবলৈ অনুৰোধ

● দেশত বৰ্তমানলৈকে ৭৪ কোটি কোভিড ভেকচিন পালি প্ৰদান কৰা হৈছে; কোভিডৰ পৰা আৰোগ্য হাৰ হৈছে ৯৭.৫১%


● কেন্দ্ৰীয় চৰকাৰে অসমত ৭ খন নতুন একলব্য বিদ্যালয় স্থাপনৰ সিদ্ধান্ত লৈছে





