Thursday, May 29, 2025
25 C
Guwahati
TOP NEWS:

বিহালীত গাওঁ পঞ্চায়ৰ অবাধ দুৰ্নীতি Video

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

বিহালীত গাওঁ পঞ্চায়ৰ অবাধ দুৰ্নীতি :ফুটুকাৰ ফেনত পৰিণতি গ্ৰামোন্নয়ন বিভাগ : দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ শূন্য সহনশীল নীতি ধোঁৱা চাঙত :

 

বিশ্বনাথ ৬ অক্টোবৰ :

ফুটুকাৰ ফেনত পৰিণত হৈছে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ।
এতিয়া যেন বিভাগটোৰ ক্ষেত্ৰত দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ সহনশীলতা হে দেখা গৈছে তাৰে ছবি দেখিবলৈ পোৱা গৈছে বিহালী সমষ্টিত।

উল্লেখযোগ্য যে বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ একাংশ গাওঁ পঞ্চায়তৰ চৰকাৰী বিষয়া আৰু পঞ্চায়ত প্ৰতিনিধিৰ নেতৃত্বত চৰকাৰী আচঁনি ৰূপায়ণৰ নামত অবাধ দুৰ্নীতিৰ আশ্ৰয় লৈছে ।

এক প্ৰকাৰে কবলৈ গ’লে
দুৰ্নীতিৰ ভূ-স্বৰ্গত পৰিণত হৈছে বিহালী সমষ্টিৰ অধিকাংশ গাঁও পঞ্চায়ত।

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যিমানেই দুৰ্নীতি বন্ধ কৰিবলৈ প্ৰচেষ্টা চলাইছে সিমানেই যেন বিহালী সমষ্টিৰ একাংশ পঞ্চায়তৰ প্ৰতিনিধি আৰু জিলা পৰিষদৰ প্ৰতিনিধি লগতে পঞ্চায়ত সচীব লিপ্ত হৈছে চৰকাৰী আচঁনি ৰূপায়ণৰ দুৰ্নীতিত। বিশেষকৈ দুৰ্নীতিৰ ভূ স্বৰ্গত পৰিণত হৈছে বুলি কলেও ভুল নহ’ব বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ একাংশ গাঁও পঞ্চায়ত।

 

সমষ্টিটোৰ অধিকাংশ পঞ্চায়ততে এতিয়া চৰকাৰী আঁচনি ৰূপায়ণৰ নামত চলিছে ব্যাপক কেলেংকাৰী দুৰ্নীতি অভিযোগ ।
বিশেষকৈ সমষ্টিটোৰ একাংশ গাওঁ পঞ্চায়ত সচীব আৰু সভাপতি লগতে বিহালী উন্নয়ন খণ্ডৰ অভিযন্তা জড়িত থকা অভিযোগ উঠিছে এই দুৰ্নীতিত।

অভিযোগ অনুসৰি বিহালী খণ্ড উন্নয়ন কাৰ্যালয়ৰ অন্তৰ্গত বিহমাৰী বন্দনা প্ৰাথমিক বিদ্যালয় খনৰ আভ‍্যন্তৰিন উন্নয়নৰ নামত ২০২১-২০২২ বৰ্ষত
মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আচঁনি
(MGNREGA) অধিনত বিদ্যালয় খনৰ চৌহদত মাটি ভৰোৱা কামৰ বাবে ৯ লাখ ৫৫ হাজাৰ ৬৯ টকা এখন আচঁনি আবন্টন দিছিল। কিন্তু ৰহস্য জনক কথাটো হ’ল দুই তিনি গাড়ী মাটি পেলাই কামটো বন্ধ ৰখা লগতে আচঁনি সম্পূৰ্ণ নকৰাকৈ অধিকাংশ ধন পঞ্চায়ত প্ৰতিনিধিয়ে খৰছ কৰা অভিযোগ উঠিছে। অভিযোগ অনুসৰি পঞ্চায়টোৰ দায়িত্বত থকা সচীব বৰুৱা আৰু অভিযন্তা গৰাকীয়ে মিলি ইতিমধ্যে প্ৰায় ৬ লাখ ৫৫ হাজাৰ টকা খৰছ কৰিলে যদিও সেই টকা অনুসৰি আচঁনি খন সফল হোৱা নাই বুলি স্থানীয় ৰাইজে অভিযোগ কৰে।
ৰাইজৰ অভিযোগ আচঁনিত মাত্ৰ ২৫ পৰা ৩০ হাজাৰ টকা হে খৰছ কৰিছে তাৰ অধিকাংশ ধন পঞ্চায়তটোৰ সচীব আৰু অভিযন্তা গৰাকীৰ পকেটত সোমাইছে বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰে।

 

ইফালে আচঁনি খনৰ নামত মাত্ৰ বাকী থকা ২ লাখ ৬২ হাজাৰ পকা শীঘ্ৰে খৰছ কৰি আচঁনি সফল কৰিবলৈ দাবী জনাই বিহালী খণ্ড উন্নয়ন বিষয়াক । ইফালে আচঁনি খনৰ ৬ লাখ ৫৫ হাজাৰ টকা আচঁনি খন ৰূপায়ণৰ নামত যি খৰছ কৰিছিল পঞ্চায়তটো সচীব আৰু অভিযন্তা গৰাকীয়ে তাৰো এক উচিত তদন্ত দাবী জনাই ৰাইজে।

- Advertisement -

Hot this week

ASSAM RIFLES INAUGURATES FOOTBALL GROUND

As part of its continued efforts to foster youth...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
25 ° C
25 °
25 °
96 %
1.4kmh
100 %
Thu
25 °
Fri
24 °
Sat
31 °
Sun
28 °
Mon
31 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds