31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    গহপুৰত আলোপাৰা স্বাস্থ্য কল্যাণ কেন্দ্ৰত   ৰক্তদান শিৱিৰ ::

    গহপুৰত আলোপাৰা স্বাস্থ্য কল্যাণ কেন্দ্ৰত   ৰক্তদান শিৱিৰ ::
    ৰক্ত দান মহৎ দান! ৰক্ত দান জীৱন দান! এই মহৎ বাণীক সাৰোগত কৰি আনৰ জীৱন ৰক্ষা কৰা তথা জনকল্যাণ সাধনৰ উদ্দশ্যে গহপুৰ আলোপাৰা স্বাস্থ্য কল্যাণ কেন্দ্ৰ ( HWC)  উদ্যোগত বৃস্হপতিবাৰে  গহপুৰ
     মহকুমা বিষ্ণু বৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এক ৰক্ত দান শিৱিৰ অনুষ্ঠিত কৰা হয়।
    উক্ত শিৱিৰত গহপুৰ বিভিন্ন অঞ্চলৰ ২৭ গৰাকী সচেতন  যুৱক উপস্থিত হয়  ৰক্ত  দান কৰিবলৈ।
    কিন্তু ২৭ গৰাকীৰ ভিতৰত ২০ গৰাকী যুৱকে ৰক্ত প্ৰদান কৰিবলৈ সক্ষম হয়।
    এই ৰক্ত দান শিৱিৰত  বিশ্বনাথ জিলা যুটীয়া  স্বাস্থ্য   সেৱা সঞ্চালক  ডাঃ নাৰায়ণ মহন্ত, জিলা পৰিকল্পনা বিষয়া প্ৰৰাগ শইকীয়া,আলোপাৰা   স্বাস্থ্য কল্যাণ ( HWC)  চিকিৎসা বিষয়া  ডাঃ প্ৰাঞ্জল মেধি,গহপুৰ স্বাস্থ্য  খণ্ড মুখ্য স্বাস্থ্য বিষয়া ডাঃ কামেশ্বৰ সোণোৱাল, গহপুৰ স্বাস্থ্য  খণ্ড পৰিকল্পনা বিষয়া হৰেন গগৈ উপস্থিত থকা লগতে অঞ্চলটো কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds