31.3 C
Guwahati
Thursday, November 20, 2025
More

    শেহতীয়া আপডেটঃ

    বিহাৰত নৰ্থ ইষ্ট এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত নিহত-4  আহত অৰ্ধ শতাধিক

    “Bihar Train Accident: বিহাৰত নৰ্থ ইষ্ট এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত নিহত-4
    আহত অৰ্ধ শতাধিক”

     

    অসম খবৰ ষ্টাফ ৰিপৰ্টাৰ ৰাজেশ ঘোষ ১২ অক্টোবৰ :

    বিহাৰৰ বক্সাৰ জিলাৰ ৰঘুনাথপুৰ ষ্টেচনৰ সমীপত বুধবাৰে নিশা নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰে’লৰ ২১টা ডবা ৰেলপথৰ পৰা ওলাই যোৱাৰ ফলত প্ৰায় 4 জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় 70 জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে৷

    12506 নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰে’লখন দিল্লীৰ আনন্দ বিহাৰ টাৰ্মিনেলৰ পৰা অসমৰ কামাখ্যালৈ গৈ থকা সময়তে নিশা প্ৰায় 21.35 বজাত ইষ্ট চেণ্ট্ৰেল ৰে’লৱেৰ দনাপুৰ সংমণ্ডলৰ ৰঘুনাথপুৰ ষ্টেচনৰ ওচৰত দুৰ্ঘটনাত পতিত হয় ৷”ইফালে এই খবৰ পোৱা লগে লগে ৰেলৱেৰ বিষয়াসকলো ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই ।
    আনহাতে এই দুৰ্ঘটনাত
    4 জন লোকৰ মৃত্যু হোৱা বুলি প্ৰচাৰ হোৱা লগতে 60 জনৰ অধিক লোক আহত হোৱা খবৰ আহিছে।

    আনহাতে ৰে’ল বিভাগে বৰ্তমান লৈকে উদ্ধাৰ অভিযান চলাই আছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds