31.3 C
Guwahati
Saturday, December 27, 2025
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    বিহাৰত শাসনাধিষ্ঠিত এন ডি এ মৰ্চা বিপুল সংখ্যাগৰিষ্ঠতাৰে পুনৰবাৰ শাসনলৈ অহাটো নিশ্চিত

    ভোটগণনাত এন ডি এই ১০৯খন আসনত জয়লাভ কৰাৰ লগতে ৯৩খনত আগবাঢ়ি আছে। আৰ জে ডি নেতৃত্বাধীন মহামিত্ৰজোঁট যথেষ্ট পিচ পৰি আছে আৰু এতিয়ালৈকে ১৫খন আসনত জয়লাভ

    Bihar election 2025: Mandate that re-coloured Magadh — a tale of two maps  dipped in different hues | India News - The Times of India

    বিহাৰ বিধানসভা নিৰ্বাচনত শাসনাধিষ্ঠিত এন ডি এ মৰ্চা বিপুল সংখ্যাগৰিষ্ঠতাৰে পুনৰবাৰ শাসনলৈ অহাটো নিশ্চিত হৈছে। এই পর্যন্ত হোৱা ভোটগণনাত এন ডি এই ১০৯খন আসনত জয়লাভ কৰাৰ লগতে ৯৩খনত আগবাঢ়ি আছে। আৰ জে ডি নেতৃত্বাধীন মহামিত্ৰজোঁট যথেষ্ট পিচ পৰি আছে আৰু এতিয়ালৈকে ১৫খন আসনত জয়লাভ কৰাৰ লগতে ২০খনত আগবাঢ়ি আছে। অন্যান্যসকলে ৫ খন আসনত জয়লাভ কৰিছে আৰু এখন আসনত আগবাঢ়ি আছে। শেহতীয়া তথ্য অনুসৰি বিজেপিয়ে ৪৭খনত জয়লাভ কৰাৰ লগতে ৪৪খনত আগবাঢ়ি আছে। ইয়াৰ লগতে সহযোগী দল JDUয়ে ২৮খন আসন লাভ কৰাৰ লগতে ৫৫খনত অগ্ৰগতি লাভ কৰি আছে। এন ডি এৰ অন্যতম অংশীদাৰ LJPয়ে ৪খন আসন লাভ কৰিছে আৰু ১৫খনত আগবাঢ়ি আছে। HAM-এ এখনত জয়লাভ কৰাৰ লগতে চাৰিখন আসনত আগবাঢ়ি আছে।

    Full list of winners and losers in Bihar Election 2025: Winning candidates  from BJP, JDU, RJD, LJP, Congress | Mint
    RLM-এ ৪খন আসনত আগবাঢ়ি আছে। আনহাতে, RJDয়ে এখনত জয়লাভ কৰাৰ লগতে ২৫খনত আগবাঢ়ি আছে। কংগ্রেছে এখন আসন লাভ কৰিছে আৰু চাৰিখনত আগবাঢ়ি থকাৰ লগতে AIMIM-এ দুখন আসনত জয়লাভ কৰাৰ লগতে ৪খনত আগবাঢ়ি আছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds