▶️ বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে।
▶️ অহা ৬ আৰু ১১ নৱেম্বৰত দুটা পৰ্যায়ত ২৪৩ জনীয়া বিহাৰ বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব।
▶️ মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে নতুন দিল্লীত নিৰ্বাচনৰ সূচীৰ বিষয়ে ঘোষণা কৰে।
▶️ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে অক্টোবৰ মাহৰ ১০ তাৰিখে অধিসূচনা জাৰি কৰা হ’ব।
▶️ ১৭ অক্টোবৰ হ’ব মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন।
▶️ ১১ নৱেম্বৰত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে অহা ১৩ অক্টোবৰত অধিসূচনা জাৰি কৰা হ’ব।
▶️ এই পৰ্যায়ত ২০ অক্টোবৰ হ’ব মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন।
▶️ ১৪ নৱেম্বৰত ভোট গণনা কৰা হ’ব।
বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা
▶️ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে অক্টোবৰ মাহৰ ১০ তাৰিখে অধিসূচনা জাৰি কৰা হ'ব। ▶️ ১৭ অক্টোবৰ হ'ব মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন।
Roi Roi Binale A Zubeen Garg Musical
Sorry, no results.
Please try another keyword
- Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
- Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
- JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
- FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
- ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
- Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
- Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
- Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
- ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
- FREE BIRD | ZUBEEN GARG |
- Herowa Chanda- Trailer



