Wednesday, May 28, 2025
27.4 C
Guwahati
TOP NEWS:

বিহালীত উপ-নিৰ্বাচনক লৈ তৎপৰ বিজেপি : বিজেপিৰ যুৱ নেতা জয়ন্ত বৰাৰ শক্তি প্ৰদৰ্শন

- Advertisement -

বিহালীত উপ-নিৰ্বাচনক লৈ তৎপৰ বিজেপি :
বিজেপিৰ যুৱ নেতা জয়ন্ত বৰাৰ শক্তি প্ৰদৰ্শন

- Advertisement -
- Advertisement -
- Advertisement -

বিহালী ২৭ মে :

লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ’বলৈ যথেষ্ট সময় বাকী আছে যদিও বৰ্তমান উপ-নিৰ্বাচনক লৈ বিশেষভাৱে তৎপৰ হৈ পৰিছে শাসকীয় দল বিজেপি । লক্ষ্যণীয় বিষয় যে ৰাজ্যৰ আন আন সমষ্টিৰ লগতে ৭৭ নং বিহালী বিধান সভা সমষ্টিতো বিজেপি কৰ্মী সকল উপ নিৰ্বাচনক লৈ অধিক তৎপৰ হোৱা দেখা গৈছে। এইবাৰ শোণিতপুৰ সংসদীয় সমষ্টিৰ পৰা উত্তৰ অসমৰ শক্তিশালী বিজেপি দলৰ জ্যেষ্ঠ নেতা তথা বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই বিজেপি দলৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াইছিল । কিন্তু বিজেপি দলৰ প্ৰাৰ্থী গৰাকীৰ তুলনাত বিৰোধী দলৰ প্ৰাৰ্থী সকল আছিল একেবাৰে দুৰ্বল। কাৰণ শোণিতপুৰ লোক সভা সমষ্টিটোত বৰ্তমান ৯ টা বিধান সভাৰ ভিতৰত ৮ জনেই শাসকীয় দল বিজেপি থকাৰ বিপৰীতে এটা সমষ্টিৰ বিজেপি মিত্ৰজোটৰ অসম গণ পৰিষদৰ দখলত আছে। যাৰ ফলত এইবাৰ শোণিতপুৰ লোকসভা সমষ্টিটো বিৰোধী দলৰ দুৰ্বল ভুমিকাৰ বিপৰীতে শাসকীয় বিজেপি দলে শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰাত বৃহৎ ভোটৰ ব‍্যৱধানত বিজেপি দলৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত জয় হ’ব বুলি বিজেপি দলে প্ৰকাশ কৰিছে । আনহাতে যদি ৰঞ্জিত দত্ত জয়ী হয় নিশ্চিত ভাৱে বিহালী সমষ্টিৰ আসন খন খালী হৈ পৰিব আৰু উপ নিৰ্বাচন হ’ব। আনহাতে শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত বিহালী সমষ্টিৰ বিশিষ্ট সমাজ কৰ্মী তথা বিগত বিধান সভা সমষ্টিৰ নিৰ্বাচনত বিহালী সমষ্টিৰ পৰা নিৰ্দলীয় ভাৱে প্ৰতিদ্বন্দিতা আগবঢ়াই ২২হাজাৰৰো অধিক ভোট লাভ কৰি এক শক্তি প্ৰদৰ্শন কৰা যুৱ নেতা জয়ন্ত বৰাই শেহতীয়াকৈ বিহালী সমষ্টিৰ বিজেপি কৰ্মী সকলক লগত লৈ দলটো অধিক শক্তিশালী কৰাৰ বাবে বিহালীৰ বিজেপি কৰ্মীৰ সৈতে ইখনৰ পিছত সিখন সভা আয়োজন কৰা দেখা গৈছে। উল্লেখ যে যোৱা কেইবাদিন ধৰি বহু কেইখন সভা অনুষ্ঠিত কৰা বিপৰীতে আজি বিহালী মণ্ডলৰ সভাপতি লাচিত বৰা সভাপতিত্বত বৰালিমাৰাত আন এখন আলোচনা সভা আয়োজন কৰে জয়ন্ত বৰাই। ইফালে বিজেপি দলটো যোগদান কৰিয়ে দিন ৰাতি এককাৰ কৰি দলটো অধিক শক্তিশালী কৰাত ব্যস্ত হৈ পৰা জয়ন্ত বৰা ভূমিকাক লৈ বিহালী বিজেপি কৰ্মী সকলে সন্তুষ্টি প্ৰকাশ কৰে বিহালী বিজেপি কৰ্মী সকলে।

- Advertisement -

Hot this week

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

ASSAM RIFLES RECOVERS HEROIN WORTH ₹3.5 CRORE IN CACHAR DISTRICT, ASSAM

In a decisive blow to narco trafficking in the...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

সম্পাদকলৈ চিঠি…✒️

সম্পাদকলৈ চিঠি...✒️ মাননীয় সম্পাদক মহোদয়, গৱেষণামূলক লেখা প্রকাশৰ বাবে আলোচনী বা...

মণিপুৰৰ চিৰই লিলি উৎসৱৰ সামৰণি

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
broken clouds
28.5 ° C
28.5 °
28.5 °
70 %
3.7kmh
51 %
Wed
28 °
Thu
25 °
Fri
24 °
Sat
27 °
Sun
31 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds