31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    পৰ্বতঝোৰাৰ বগৰীবাৰী আৰক্ষী আৰু টিপকাই আৰক্ষীৰ যৌথ উদ্যোগত  বিশ্ব ধপাঁত মুক্ত দিৱস পালন 

    অসম খবৰ ডিজিটেল ধুবুৰী ২৬ জুন ::

    সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি আজি বিটিআৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাত বগৰীবাৰী আৰক্ষী আৰু টিপকাই আৰক্ষীৰ যৌথ উদ্যোগত বিশ্ব ধপাঁত মুক্ত দিৱস পালন কৰা হয়।

    উক্ত দিৱসৰ লগত সংগতি ৰাখি  আৰক্ষীৰ  কৰ্মকৰ্তাসকলে ৰাইজক ধপাত তথা ড্ৰাগচৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি যুব প্ৰজন্মক নিচামুক্ত সমাজ গঢ়াৰ বাবে এক সজাগতামূলক পদ যাত্ৰা কৰে।

     

    এই সজাগতামূলক অনুষ্ঠানটোত ৰাইজক ড্ৰাগচমুক্ত সমাজ গঢ়াৰ বাবে প্ৰচাৰ চলায়।

    উক্ত কাৰ্যসূচীত উপস্থিত থাকে   বগৰীবাৰী  আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাস,সহকাৰী  উপপৰিদৰ্শক  অনোৱাৰ হুছেইন, টিপকাই উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অংগৰাজ ছেত্ৰীয়ে উপস্থিতি  ধপাঁতৰ পৰা নৱ প্ৰজন্মক বিৰত থকাৰ আহ্বান জনায় ।

    লগতে এই অনুষ্ঠানটোত অঞ্চলটোৰ সচেতন ৰাইজে এই কাৰ্যসূচীত অংশগ্ৰহন কৰে।

    ধুবুৰী পৰা আলী আজাত ইছলামৰ

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds