31.3 C
Guwahati
Tuesday, October 21, 2025
More

    শেহতীয়া আপডেটঃ

    এছিয়া কাপ ক্রিকেটঃ GROUP-Bত বাংলাদেশৰ হাতত ৭ উইকেটত পৰাস্ত হংকঙ

    টি-টুৱেণ্টি প্ৰতিযোগিতাৰ ইতিহাসত হংকঙৰ বিৰুদ্ধে এয়া বাংলাদেশৰ প্ৰথম জয়।

    এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ GROUP-Bৰ এখন খেলত বাংলাদেশে হংকঙক ৭ উইকেটত পৰাস্ত কৰে। টি-টুৱেণ্টি প্ৰতিযোগিতাৰ ইতিহাসত হংকঙৰ বিৰুদ্ধে এয়া বাংলাদেশৰ প্ৰথম জয়। দলটোৱে ১৪৪ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৭ অভাৰ ৪টা বলত তিনিটা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। বাংলাদেশৰ হৈ অধিনায়ক লিটন দাসে ৩৯টা বলত ৫৯ ৰান কৰে। ইয়াৰ আগেয়ে হংকঙে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেটৰ বিনিময়ত ১৪৩ ৰান সংগ্ৰহ কৰে। হংকঙৰ হৈ নিজাকট খানে ৪২ ৰান কৰে। লিটন দাসক প্লেয়াৰ অব্ দ্যা মেচ হিচাপে ঘোষণা কৰা হয় ৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds