
জুবিনে দুখেৰে কৈছিল, তেওঁ Used হৈছিল। সেয়া মৃত্যুৰ আগৰ কথা। কিন্তু মৃত্যুৰ পিছত জুবিন বেছি Used হৈছে। য’ত জুবিনৰ পত্নী গৰিমা গাৰ্গৰ দৰে এগৰাকী Stylish Designer ৰ উকা কাপোৰযোৰৰ লগতে তেওঁৰ হিয়াভঙা কান্দোনে প্ৰতিজন মানুহক কন্দুৱাইছে, তেনেকুৱা দুখৰ সময়ত চাদৰত জুবিনক লৈ চোচোৰাই ৰেম্পত মডেলে খোজ দিছে। এয়া কেনেধৰণৰ Tribute ??
মায়াবিনী গীতটিৰ অপমান হোৱা নাই নে?
–





