পশ্চিম জালুকবাৰী উন্নয়ন সমিতি গঠন

গুৱাহাটীৰ পশ্চিম জালুকবাৰী অঞ্চলৰ বাট – পথ , নলা – নৰ্দমাকে ধৰি সামগ্ৰিক বিকাশ , ৰাজহুৱা সমস্যা সমুহৰ সমাধানৰ লক্ষ্যৰে বিশদ আলোচনাৰ বাবে কালি লংকেশ্বৰস্থিত […]

জালুকবাৰী জাতীয় বিদ্যালয়ত কুইজ-চিত্ৰাংকন প্ৰতিযোগিতা

জালুকবাৰীঃ গুৱাহাটীৰ জালুকবাৰী জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱ উদযাপনৰ লগত সংগতি ৰাখি আজি জালুকবাৰী জাতীয় বিদ্যালয় চৌহদত এখন কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। চিত্ৰাংকন […]

জালুকবাৰী বিধানসভা সমষ্টিত খেল মহাৰণ ২.০ ৰ শুভাৰম্ভ

কামৰূপ মহানগৰঃ অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত পাণ্ডু ৰে’লৱে ষ্টেডিয়ামত আজি সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহ খেল মহাৰণ ২.০ ৰ উদ্বোধনী অনুষ্ঠানৰ শুভাৰম্ভ কৰা […]

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ সামৰণি

জালুকবাৰীঃ আয়ুৰ্বেদিক চিকিৎসা সংস্থা (AMO) ৰ উদ্যোগত আৰু বিশ্ব আয়ুৰ্বেদ পৰিষদ, অসম শাখা আৰু চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়, গুৱাহাটীৰ সহযোগত যোৱা ৯ আৰু ১০ নৱেম্বৰত গুৱাহাটীৰ […]

গাড়ীগাঁও শ্ৰী শ্ৰী শ্যামৰায় গোসাঁইঘৰত ভাগৱত পাঠৰ অনুষ্ঠান

জালুকবাৰী : গুৱাহাটীৰ জালুকবাৰী আৰক্ষী চকীৰ অন্তৰ্গত শ্ৰী শ্ৰী শ্যামৰায় গোসাঁইঘৰৰ সৌজন্যত অহা ১৫ নবেম্বৰত পৱিত্ৰ ৰাস পূৰ্ণিমা তিথি উপলক্ষে এদিনীয়া দিনজোৰা কাৰ্যসূচীৰে ৪৭ সংখ্যক […]

জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ বৈঠক

◊ জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ ঊনত্ৰিংশত্তম বৰ্ষৰ সপ্তমখন বৈঠক সভানেত্ৰী প্ৰজ্ঞা গোস্বামীৰ সভাপতিত্বত যোৱা ২৮ অক্টোবৰ ২০২৪ তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয় আদৰ্শ ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয়৷ […]

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাঃ স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ষ্ট্ৰীট লাইটৰ পোহৰ পালে গুৱাহাটীৰ এক নম্বৰ ৱাৰ্ডৰ খানামুখৰ ফুকনৰপাৰবাসীয়ে

জালুকবাৰীঃ গুৱাহাটী মহানগৰীৰ ৬০ টা ৱাৰ্ডৰ বিভিন্ন বাট-পথসমূহত ৰাইজৰ সুবিধাৰ বাবে গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ উপৰিও গুৱাহাটী স্মাৰ্ট চিটি লিমিটেড আৰু শেহতীয়াকৈ […]