অসমীয়া-বঙালীৰ মাজত অসমত কোনাে সংঘাত নাই কংগ্ৰেছ বামপন্থীয়ে তৃতীয় পক্ষৰ জৰিয়তে ভাষিক সংঘাতৰ আখৰা চলাইছেঃ ৰাজ্যিক বিজেপি
“পাহাৰ-ভৈয়াম, বৰাক-ব্ৰহ্মপুত্র উপত্যকাক সামৰি গঠিত অসম ভূ-খণ্ডৰ মূল ভাষাই হ’ল অসমীয়া। সেয়েহে এই ভূ-খণ্ডৰ ভিতৰত অসমীয়া ভাষাৰ ওপৰত কোনাে ধৰণৰ আক্রমণ কেতিয়াও সহ্য কৰা নহ’ব। […]