দেশত কোভিড-১৯ৰ টিকাকৰণৰ সীমা ৯৭ কোটিৰ অতিক্ৰম

■ ভাৰতৰ কোভিড-১৯ৰ টিকাকৰণ কভাৰেজে ইতিমধ্যে ৯৭ কোটিৰ সীমা অতিক্ৰম কৰিছে। বৰ্তমানলৈকে ৯৭ কোটিতকৈও অধিক ১১ লাখ ২০ হাজাৰ ভেকছিনৰ পালি প্ৰদান কৰা হৈছে। স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, বৃহস্পতিবাৰে ২৭ লাখ ৬২ হাজাৰৰো অধিক ভেকছিন পালি প্ৰদান কৰা হয়।

Be the first to comment

Leave a Reply

Your email address will not be published.


*