নলবাৰী বিদ্যুৎ বিভাগ কাৰ্যালয়ত অস্থায়ী বিদ্যুৎ কৰ্মীসকলৰ প্ৰতিবাদ

নলবাৰী বিদ্যুৎ বিভাগ কাৰ্যালয়ত অস্থায়ী বিদ্যুৎ কৰ্মীসকলৰ প্ৰতিবাদ ।

অস্থায়ী বিদ্যুৎ কৰ্মীৰ চাকৰী নিয়মীয়া কৰক,খালী পদ সমূহৰ নতুন নিযুক্তি দিয়ক,বিদ্যুৎৰ ব্যক্তিগতকৰণ বন্ধ কৰক আদি শ্লো-গানেৰে নলবাৰী বিদ্যুৎ বিভাগৰ কাৰ্যলয়ত প্ৰতিবাদ সাব্যস্ত কৰে ।

নলবাৰী বৈদ্যুতিক উপ-সংমণ্ডল -১ৰ এচ. ডি.অ চিৰঞ্জীৱ হাজৰিকাৰ নেতৃত্বত অস্থায়ী বিদ্যুৎ কৰ্মী সকলে উক্ত কাৰ্যালয়ত তেওলোকৰ বিভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে ।

Association of engineers,ASEB,Assam state power workers union আদিকে ধৰি ১৫ টা সংগঠনৰ উদ্যোগত সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰীতো এই সকল অস্থায়ী বিদ্যুৎ কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্ৰী আৰু শক্তি মন্ত্ৰীক তেওলোকৰ দাবী সমূহ মানি লবলৈ আহ্বান জনাই ।

নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ

Be the first to comment

Leave a Reply

Your email address will not be published.


*