অসম দিৱস
সাতৰাজক এক ৰাজ কৰি বৰ অসমৰ ভেটি গঢ়োতা মহামতি চাওলুং চ্যুকাফাক অসম খবৰ তৰফৰ পৰা সুঁৱৰিছো।
উল্লেখযোগ্য যে
১২২৮ চনৰ ২ ডিচেম্বৰ (১৬ আঘোণ) তাৰিখে চাওলুং চ্যুকাফাই পাটকাই পৰ্বত পাৰ হৈ সৌমাৰ খণ্ডত ভৰি থোৱা ঐতিহাসিক দিনটোক চিৰস্মৰণীয় কৰি ৰখাৰ মানসেৰে ছৈখোৱা অঞ্চলৰ ভীমকান্ত বুঢ়াগোহাঁই নামৰ এজন ব্যক্তিয়ে ১৯৭২ চনত আৰম্ভ কৰা এক প্ৰচেষ্টাৰ ফলত এই দিৱসৰ আৰম্ভণি ঘটে।
সেই অনুসৰি আজি দিনটো অসম দিৱস হিচাপে পালন কৰি আহিছে ৰাজ্যবাসীয়ে।
Leave a Reply