দৰংৰ জিলাৰ পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ ডেকা প্ৰশংসনীয় পদক্ষেপ।
নিজ ঘৰৰ পৰা প্ৰায় ১৫ কি.মি. চাইকেল চলাই ছিপাঝাৰ পৰা যাত্ৰাবাহী বাছৰ জৰিয়তে গুৱাহাটীত শাক পাচলি বিক্ৰী কৰি পৰিয়াল পোহ পাল ।
গাঁৱৰ পৰা সতেজ শাক পাচলি বিক্ৰী কৰি ঘৰলৈ অহা লগতে ডেকাই ছিপাঝাৰ মহাবিদ্যালয়ত অধ্যয়ন কৰে ।
। অতি পৰিশ্ৰম কৰা ছাত্র নেতা গৰাকীয়ে
দামী বাইক লৈ ঘুৰাৰ সপোন নাই,মাক দেউতাকক সুখত ৰাখিব বিচাৰে। সেইজনে সঞ্জীৱ ডেকা এতিয়া সকলোৱে প্ৰশংসা পাত্ৰ হৈ পৰিছে।
পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দৰে দায়িত্ব থাকি অধ্যয়ন ও সমানে সমানে অব্যাহত ৰাখিছে ছাত্র নেতা জনে।
সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়া হিচাপে গৌৰৱ বোধ কৰিছে তেওঁ সঞ্জীৱ ডেকাই। সঞ্জীৱ ডেকা দৰে ছাত্র সমাজ হওক তাৰে কামনা কৰিলোঁ।
Leave a Reply