গাংমৌথান টোকাৰী গীত শুভ মুক্তি :গীতটো শুনিবলৈ চাওঁ আহক

গাংমৌথান টোকাৰী গীত শুভ মুক্তি :

ডিজিটেল অসম খবৰ ৯ আগষ্ট ::
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অতিবাহিত কৰা পবিত্ৰ স্থান গাংমৌথানকলৈ আজি এটি টোকাৰী গীত শুভ মুক্তি দিয়ে বিহালী যুৱ শিল্পী পবিত্ৰ ভূঞাই ।
গীতটোৰ ভিডিঅ’ সম্পাদনা আৰু গ্ৰাফিক্স ডিজাইন (পোষ্টাৰ) ৰ কৰে শংকৰী সংস্কৃতিৰ পীঠস্থান জামুগুৰিহাটৰ যুৱক হিমাংশু ৰণ্ ভূঞা । আৰু গীতটিৰ কথা-সুৰ কষ্ঠদান কৰিছে বিহালী সমষ্টিৰ গাংমৌথানৰ যুৱ শিল্পী পবিত্ৰ ভূঞাই

শীঘ্ৰে এই গীতটি এটা ভিডিঅ মুকলি হব বুলি প্ৰকাশ কৰে পবিত্ৰ ভূঞাই ।আৰু গীতটি সংগীত অংকুৰ শইকীয়াৰ লগতে প্ৰযোজনা উদয় গোস্বামী, দিপজ্যোতি দত্ত, সুমন শৰ্মা, মুনীন্দ্ৰ দাস । গীতটি শুনিবলৈ লিংকটো চাওঁ আহক।

Be the first to comment

Leave a Reply

Your email address will not be published.


*