31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    আৰ্থিক সংকটত লোকশিল্পী কমলা গগৈ, ৰাজ্য চৰকাৰলৈ বিশেষ অনুৰোধ

    ♥ দিহা নামৰ সম্ৰাট অসমৰ জনপ্রিয় শিল্পী তথা বকুলবন বঁটা, নৃত্যাঞ্জলি বঁটা, সাংস্কৃতি সাধনা বঁটাৰ লগতে দিহাসম্ৰাট আৰু দিহাৰত্ন উপাধি লাভ কৰা এগৰাকী গৱেষক লোকশিল্পী।

    কেৱল সেয়াই তেওঁৰ পৰিচয় নহয়৷ তাৰ উপৰিও গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক হিচাপে পৰিচিত কমলা গগৈ এতিয়া আৰ্থিক সংকটত৷
    প্ৰশিক্ষক গ্ৰন্থ প্ৰণেতা শিল্পী জনাই সাংস্কৃতি চৰ্চা কৰিবলৈ বঞ্চিত হোৱাৰ বাবেই চৰকাৰী চাকৰিটো বাদ দিব লগীয়া হৈছিল। এতিয়া কমলা গগৈ চৰকাৰক এটাই অনুৰোধ যে, তেওঁৰ দৰে বহুতো শিল্পী আছে৷ সেয়েহে সাংস্কৃতিক কৰ্মী সকলক কিবা এটা আৰ্থিক সাহায্য দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে যেন।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds